DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজেপিক ৰুধিবলৈ সাজু হৈছে ৰাজ্যৰ যুৱ কংগ্ৰেছী : টঙালি বান্ধিছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াও!

জাগীৰোড সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অভিনেত্ৰী বৰষা ৰাণী বিষয়াই!

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2020 4:49 pm
index.png111
964
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কঁকালত টঙালি বান্ধিছে বহু প্ৰাক্তন আৰু বৰ্তমানৰ যুৱ কংগ্ৰেছী।

এই সম্পৰ্কত দলৰ হাইকমাণ্ডে সেউজ সংকেত দিয়াৰ খবৰ আমাৰ হাতত আহি পৰিছে। প্ৰাপ্ত খবৰমতে যুৱ কংগ্ৰেছী সকলৰ এই তৎপৰতাক কেন্দ্ৰ কৰি বহু পুৰণি একাংশ কংগ্ৰেছী এতিয়া চিন্তাত পৰা খবৰ আহি পৰিছে।

প্ৰায় ২৫ জনীয়া যুৱ কংগ্ৰেছৰ এই তালিকাত আছে-মৰাণ সমষ্টিৰ পৰা প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবন সিং ঘাঁটোৱাৰৰ পুত্ৰ -প্ৰাঞ্জল ঘাঁটোৱাৰ, জাগীৰোড সমষ্টিত অভিনেত্ৰী বৰষা ৰাণী বিষয়া, আমগুৰি সমষ্টিত প্ৰয়াত অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্ত, শিৱসাগৰ সমষ্টিত যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰশান্ত গগৈ আৰু শুভ্ৰমিত্ৰ গগৈ।

আনহাতে টীয়ক সমষ্টিত পল্লৱী গগৈ, গুৱাহাটী লোক সভা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰতন বড়োই পশ্চিম গুৱাহাটীৰ পৰা, হাজো সমষ্টিৰ পৰা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র, অধিবক্তা মৃদুল মালাকাৰ, পাটাছাৰকুছি সমষ্টিৰ পৰা কৃষক মুক্তিৰ প্ৰাক্তন সম্পাদক কংগ্ৰেছৰ কমল কুমাৰ মেধি।

বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, দিছ্পুৰ সমষ্টিত মানস বৰা, পূব গুৱাহাটী সমষ্টিত যুৱ কংগ্ৰেছৰ সম্পাদক শান্তনু বৰা, দেৰগাঁও সমষ্টিত জয়ন্ত হাজৰিকা, বোকাখাত সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাদু টায়ে, পূৱ বিলাসীপাৰা সমষ্টিত নুৰ ছাফিকুল ৱাজিদ, ডিফুত প্ৰাক্তন সাংসদ জয়ন্ত ৰংপীৰ পুত্ৰ মংবে ৰংপী।

সৰভোগ সমষ্টিত সম্পাদক ভূপেন দৈমাৰী, মাৰ্ঘেৰিটাত মনোৰঞ্জন বৰগোঁহাই, জোনাইত লখিমপুৰ লোক সভা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰনোজ পেগু, ভবানীপুৰত যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাতুল পাটোৱাৰী, জনীয়া সমষ্টিত চলমান খান,নাওবৈছা সমষ্টিত মহিম পায়েং।

লাহৰিঘাঁটত ইমদাদ হুছেইন, শদিয়াত ঋষি চুতীয়া, কাটিগঢ়া সমষ্টিত কংগ্ৰেছৰ সম্পাদক দায়ন হুছেইন আৰু কামৰুল ইছলামৰ মাজত টিকটকলৈ চলিছে তীব্ৰ চৰ্চা।

ইতিমধ্যেই নিখিল ভাৰত কংগ্ৰেছৰ সেউজ সংকেত লাভ কৰি এই সকল কংগ্ৰেছী সমষ্টিসমূহত আৰম্ভ কৰিছে বিভিন্ন কাৰ্য্যসূচী।

Recent News

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd