• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুখবৰ! নিম্ন আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষাৰ বাবে অনলাইন আৱেদন আহ্বান শিক্ষা বিভাগৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 1, 2019 4:53 pm

2 min read

Assam TET statement

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

51.9k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় সাত বছৰৰ মূৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুনৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ওলাইছে। অহা ২০ অক্টোবৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

আজি শিক্ষা বিভাগে এটা বিজ্ঞাপনৰ জৰিয়তে ৰাজ্যৰ নিবনুৱালৈ এই সুখবৰটো আগ বঢ়াই দিছে। বিজ্ঞাপনটোত বিভাগটোৱে টে’ট-২০১৯-ৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা অনলাইন আৱেদন আহ্বান কৰিছে।

বিজ্ঞাপনটোৰ মতে, দুটা স্তৰৰ বাবে দুখন কাকত ক্ৰমে কাকত-১ (নিম্ন প্ৰাথমিক) আৰু কাকত-২ (উচ্চ প্ৰাথমিক)ৰ পৰীক্ষা লোৱা হ’ব। পৰীক্ষাত বহিবৰ বাবে আৱেদনকাৰীসকল ৰাজ্যখনৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

আৱেদনকাৰীসকলে যোগ্য বিবেচিত হৈ চাকৰিত মকৰল হ’লে চাকৰি কৰিবৰ বাবে পচন্দ কৰা মণ্ডল (যিবোৰ বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে) উল্লেখ আৱেদনৰ সময়তে কৰিব লাগিব আৰু এইটো নিয়মীয়া আৰু ঠিকাভিত্তিক উভয় ধৰণৰ পদৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক দুয়োটা টে’ট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে নিম্নতম শৈক্ষিক যোগ্যতা আৰু অন্যান্য প্ৰয়োজনীয় চৰ্তবোৰ উল্লেখ থকা চৰকাৰী বিজ্ঞাপনটো হুবহু ইয়াত সাঙুৰি দিয়া হ’ল-

tet_advertisement-2019

উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ দিনতে অনুষ্ঠিত টে’ট পৰীক্ষা যোগে বহু হাজাৰ যুৱক-যুৱতীয়ে সম্পূৰ্ণ মেধাৰ ভিত্তিত ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়বোৰত নিযুক্তি লাভ কৰি শৈক্ষিক মান উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।

বিজেপি চৰকাৰখন অহাৰ পিছৰ পৰাই টে’ট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যাপক দাবী উঠি আহিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd