• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভয়ংকৰ গণ সংক্ৰমণৰ মাজতে গুৱাহাটীত লকডাউনৰ শিথিলতাৰ কিছু সালসলনি

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 5, 2020 1:22 pm

2 min read

index.jpg444-750x375
471
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত চলি থকা লকডাউনৰ কালি কিছু কিছু ক্ষেত্ৰত শিথিলতা অনা বুলি নিৰ্দেশনা জাৰি কৰিছিল যদিও সেই শিথিলতাৰ কিছু কিছু ক্ষেত্ৰত  আজি পুনৰ সালসলনি আনিছে।

কাইলৈৰ পৰা অৰ্থাৎ ৬ জুলাইৰ পৰা ১২ জুলাইলৈ কিছু কিছু ক্ষেত্ৰত অনা হৈছে শিথিলতা।

অকলে থকা গেলা মালৰ দোকানসমূহ সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে অৰ্থাৎ ৬ জুলাইৰ পৰা ১০ জুলাইলৈকে দিনৰ পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব।

দোকানৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মাস্ক, হেণ্ডগ্লোভচ আৰু গ্ৰাহকৰ বাবে ৰাখিব লাগিব হেণ্ড চেনিটাইজাৰ।

তদুপৰি, তেওঁলোকে মানি চলিব লাগিব সামাজিক দূৰত্ব।

ইয়াৰোপৰি উক্ত দুটা দিনত কাইলৈ অৰ্থাৎ ৫ জুলাই আৰু ৭ জুলাইৰ দিনা পাইকাৰী দোকান সমূহ খুলিব পাৰিব। বিয়লি ১২ বজাৰ পৰা ৬ বজালৈকে এই বিপনীসমূহ খুলিব পাৰিব।

WhatsApp Image 2020-07-05 at 12.17.22 PM
শিথিলকৰণত সালসলনি ঘটাই দিয়া নিৰ্দেশ পত্ৰখন।

আনহাতে, FCI ৰ সকলো কাম কাজ কাইলৈৰ পৰা আৰম্ভ কৰিব পাৰিব। মাথোঁ ল’ডিং আনল’ডিং কৰাৰ সময়ত সামাজিক দূৰত্ব মানি চলিব লাগিব।

অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহে কামৰূপ মহানগৰৰ ভিতৰত কোনো ষ্টপেজত নৰখোৱাকৈ যাব পাৰিব।

সেইদৰে, ৬ জুলাই আৰু ৮ জুলাইৰ দিনা ঘৰে ঘৰে শাক-পাচলি ফলমূল বিক্ৰী কৰিব পাৰিব। পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকে বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে।

ঔষধৰ পাইকাৰী বিক্ৰীত ৬ জুলাই আৰু ৮ জুলাইৰ দিনা পুৱা ১০ বজাৰ পৰা ৩ বজালৈকে অনুমতি দিয়া হৈছে।

তদুপৰি, পশু চিকিৎসা কেন্দ্ৰ, ঔষধৰ বিপনীসমূহ ৬ জুলাই আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd