• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনসাধৰণ তথা বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত সেও মানি শুধৰণি কৰা হ’ল নতুন উদ্যোগ নীতি

অসমৰ জাতি-মাটি-ভেটি ৰক্ষাত আমি কোনোদিন কম্প্ৰ’মাইজ নকৰো-চন্দ্ৰমোহন পটোৱাৰী

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 9, 2020 6:41 pm
WhatsApp Image 2020-07-09 at 5.57.50 PM

জনতা ভৱনত বৃহস্পতিবাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধৰণ তথা বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ ফলত ৰাজ্য চৰকাৰে সলনি কৰিলে নতুন উদ্যেগ নীতি।

নতুন উদ্যোগ স্থাপন কৰিবলৈ লাগিব ভূমিৰ অনুজ্ঞা পত্ৰ ৷ জনতা ভৱনত এক সংবাদমেল যোগে এই কথা জনায় উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

Apply Now

কেবল আবেদন কৰিয়েই তিনি বছৰৰ বাবে কোনো অনুজ্ঞা পত্ৰ নোলোৱাকৈ উদ্যোগ স্থাপন কৰিব পাৰিব বুলি উল্লেখ আছিল পূৰ্বৰ অধ্যাদেশত ৷

খিলঞ্জীয়া ৰাইজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত ৰখাৰ অৰ্থে বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয়, “কোনো উদ্যোগ স্থাপনৰ বাবে কৃষি ভুমি অ-কৃষি কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰাৰ লগতে ভূমি নিৰ্দেশনা কঠোৰ বাবে মানি চলিব লাগিব ৷ কোনো উদ্যোগ আৰম্ভ কৰাৰৰ পূৰ্বে ভূমি সম্পৰ্কীয় অনুজ্ঞা পত্ৰ লব লাগিব।‘’

নতুন উদ্যোগ নীতিৰ আধ্যাদেশখনত থকা ভূমিৰ ব্যৱহাৰ সম্পৰ্কে একাংশ ৰাইজৰ মাজত ভূমি অধিকাৰৰ বিষয়টো লৈ কিছু আশংকাৰ সৃষ্টি হৈছিল আৰু সেয়ে এই সলনি কৰা বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

অসমৰ জাতি-মাটি-ভেটি ৰক্ষাত আমি কোনো দিন কম্প্ৰ’মাইজ নকৰো বুলি উল্লেখ কৰি পাটোৱাৰীয়ে কয়, “জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰক্ষা কৰি আছে ৷ অসমৰ জাতি-মাটি-ভেটি সদায় সুৰক্ষিত হৈ থাকিব ৷ অসমবাসী ৰাইজৰ প্ৰতিটো স্বাৰ্থ সুৰক্ষা কৰাটো প্ৰথম আৰু প্ৰধান কৰ্তব্য বুলি বিবেচনা কৰো।‘’

ইপিনে, ভূমি জৰীপৰ যেগেদি ৫৫ হাজাৰ খিলঞ্জীয়া লোকক মাটি দিয়াৰ লগতে ডিচেম্বৰলৈ ১ লাখ মানুহক দিয়া হব বুলি জানিব দিয়ে ৷

“২৬৩ কি:মি: ভাৰত-বাংলাদেশ সীমান্তৰ ২১৪.৮৭৯ কি:মি: ছীল কৰা হৈছে ৷ ২১০ কি:মি: ফেঞ্চিং সম্পূৰ্ণ হৈছে ৷ পানীৰ তলৰ সংবেদক, ভূমিৰ তলৰ সংবেদক, লেজাৰ আদি সীমান্তত ব্যৱহাৰ কৰা হৈছে ৷ বিএছ এফ ক সহায় কৰিবলৈ দ্বিতীয় শাৰীৰ সুৰক্ষা অসম আৰক্ষী বেটেলিয়নৰ নিযুক্তি দিয়া হৈছে,”-পাটোৱাৰীয়ে কয় ৷

আনহাতে, বৰাক আৰু বিটিআৰ অঞ্চলৰ বাদে অসমৰ সকলোতে বিদ্যালয়ত  অসমীয়া ভাষা মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে অসম দৰ্পণৰ যোগেদি সত্ৰ-নামঘৰ সমূহলৈ যোৱা পথৰ লগতে সাহা়য্য প্ৰদান কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী জনে ৷

অসম আন্দোলনৰ প্ৰথম শাৰীৰ আন্দোলনকাৰী হিচাপে অসম চুক্তি সম্পৰ্কে যিখিনি কৰিছে তাৰ বাবে সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে পাটোৱাৰীয়ে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd