• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অচিৰেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ৫০ শতাংশ ঘৰভাড়া, বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ সুবিধা

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , May 14, 2019 11:09 am

1 min read

dy365_1480395184

প্ৰতিনিধিত্বমূলক ফটো

14.2k
VIEWS
Share on FacebookShare on Twitter

অচিৰেই ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে ৫০ শতাংশ ঘৰভাড়া আৰু বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ সুবিধা লাভ কৰিব। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ এই সু-সংবাদ আহি থকাৰ বিষয়ে অৱগত কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক ফকৰ উদ্দিন আহমেদে।

নগাঁও সদৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত  নগাঁৱৰ ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৩৫ সংখ্যক মধ্যকালীন অধিৱেশন উপলক্ষে অনুষ্ঠিত মুকলি সভাত কৰ্মচাৰী পৰিষদৰ সম্পাদকপ্ৰধানগৰাকীয়ে এই কথা সদৰী কৰে।

তেওঁ লগতে কয় যে কৰ্মচাৰীসকলে অকল চৰকাৰী সা-সুবিধা ল’লেই নহ’ব, তেওঁলোকে নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্যও পালন কৰিব লাগিব।

আনহাতে, সভাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সকলো চৰকাৰী বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি কাতিবৰ চেঙাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীণ চন্দ্ৰ শৰ্মা, পৰিষদৰ জিলা সাধাৰণ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকা, ৰাজ্যিক যুটীয়া সম্পাদক শ্যামন্ত দাসকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd