• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন এক টোপ; কোঁচ ৰাজবংশীৰ লগতে কেইবাখনো সুকীয়া স্বায়ত্তশাসিত পৰিষদ গঠনৰ সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2019 8:51 am
Moran Organisation 1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে অহা জানুৱাৰী মাহৰ ভিতৰত মন্ত্রীগোটে জনোৱা অনুমোদন কেন্দ্রীয় চৰকাৰৰ ওচৰত দাখিল কৰিব।

আনহাতে, চাৰিখন জিলাক সামৰি আহোম, চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠীৰ আত্ম-সংস্থাপন, আধুনিক আন্তঃগাঁথনি, পুৰণি কীর্তি চিহ্ন সংৰক্ষণৰ বাবে প্রতিটো জনগোষ্ঠীকে ১২৫ কোটি টকাকৈ প্ৰদান কৰা হ’ব।

Apply Now

কোঁচ ৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাত স্বায়ত্ত শাসিত পৰিষদ গঠন কৰাৰ উপৰি মৰাণ, মটকৰ বাবেও সুকীয়াকৈ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ’ব। মৰাণ জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আৰু এখন আসন বৃদ্ধি কৰা হ’ব।

ৰাজ্য চৰকাৰে ৰাঘৱ মৰাণৰ জীৱন আৰু কীর্তি আধাৰিত এখন তথ্য চিত্র নির্মাণৰ বাবেও পুঁজি প্রদান কৰিব।

বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত মৰাণ জনগোষ্ঠীৰ ছয়টা সংগঠনৰ প্রতিনিধিৰ সৈতে হোৱা এক বৈঠকত মুখ্য মন্ত্রী সোণোৱালে এই আশ্বাস প্রদান কৰে।

আনহাতে, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সৈতে হোৱা আন এক বৈঠকত কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বৈঠকত মুখ্য মন্ত্ৰীয়ে কয় যে সতী সাধনী দিৱসৰ চৰকাৰী বন্ধৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি শীঘ্ৰে এই সম্বন্ধে ইতিবাচক সিদ্ধান্তৰ কথা প্রকাশ কৰিব।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে চুতীয়া জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ আত্ম-সংস্থাপন, অত্যাধুনিক আন্তঃগাঁথনি নির্মাণ আৰু পুৰণি কীর্তি চিহ্ন সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে ১২৫ কোটি টকা ব্যয় কৰিব।

বৈঠকত মুখ্য মন্ত্ৰীয়ে কয় যে সতী সাধনীৰ স্মৃতিত এখন বৃহৎ শৈক্ষিক প্রতিষ্ঠান অতি শীঘ্ৰে স্থাপন কৰা হ’ব। আনহাতে, চুতীয়া জনগোষ্ঠী অধ্যুষিত এলেকা সমূহত সতী সাধনীৰ আৱক্ষমূর্তি স্থাপনৰ ক্ষেত্ৰটো ৰাজ্য চৰকাৰে পুঁজি আৱন্টন কৰিব।

দুয়োখন বৈঠকতে মুখ্য মন্ত্রী সোণোৱালে প্রতিনিধি দল কেইটাই উত্থাপন কৰা বিষয় সমূহ গুৰুত্ব সহকাৰে শুনাৰ উপৰি আগন্তুক কেবিনেট বৈঠকত এই বিষয় সমূহ ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰাৰ দিশটো আশ্বাস প্রদান কৰে।

আজিৰ এই বৈঠকত বিধায়ক সকল ক্রমে বলীন চেতিয়া, ডাঃ ৰণোজ পেগু, বিমল বৰা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড° এম অংগমুথু, মুখ্য মন্ত্ৰীৰ সচিব ৰঞ্জন চক্ৰৱৰ্তী, মৰাণ জনগোষ্ঠীৰ ছয়টা সংগঠনৰ প্রতিনিধি আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্রতিনিধি সকলে অংশ গ্রহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd