• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ সৈতে যুঁজিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ; কি ব্যৱস্থা লৈছে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 26, 2020 11:58 am
WhatsApp Image 2020-03-26 at 11.52.30 AM

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰাত্মক কৰ’না ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ কৰা লোকক আছুতীয়াকৈ ৰাখিবৰ বাবে মহানগৰীৰ লখৰাস্থিত সৰুসজাই ষ্টেডিয়ামত নিৰ্মাণ কৰা হৈছে অস্থায়ী টেণ্ট।

৭০০ লোকক একেলগে ৰাখিব পৰাকৈ বা চিকিৎসা কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই টেণ্ট।

Apply Now

আজি পুৱা প্ৰায় ১০ বজাত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে এই নিৰ্মাণস্থলী। অহা এসপ্তাহৰ ভিতৰত এই টেণ্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি  মন্ত্ৰীগৰাকীয়ে দাবী কৰে।

লোকসকলৰ বাবে লেট্ৰিন বাথৰুম সকলো সুবিধা থাকিব আৰু এই টেণ্ট সম্পূৰ্ণ বিজ্ঞানসন্মত হ’ব বুলি সদৰী কৰে মন্ত্ৰীজনে।

প্ৰথমতে ২০০ লেট্ৰিন বাথৰুম নিৰ্মাণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰত্যেক ৰোগী ৰখা কক্ষত একোটাকৈ লেট্ৰিন বাথৰুম নিৰ্মাণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

ইপিনে সৰুসজাই ষ্টেডিয়ামৰ পাছত নেহৰু ষ্টেডিয়ামতো একেই অস্থায়ী শিবিৰ নিৰ্মাণ কৰা হ’ব।

পশ্চিমবংগ, বিহাৰ, কেৰেলা ইত্যাদি বাহিৰৰ পৰা অহা home quarantine লোকসকলক ৰখাৰ বাবে এই  অস্থায়ী টেণ্ট নিৰ্মাণ কৰা হৈছে।

শ্ৰীৰামপুৰ গেটত বাহিৰৰ পৰা অহা প্ৰায় ৭০০ লোক আবদ্ধ হৈ আছে তথা গুৱাহাটীতো বহু লোক আবদ্ধ হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

এইসকল লোকক এই অস্থায়ী কেম্পত ৰখা হ’ব বুলি তেওঁ জনায়।

তদুপৰি, GMCHত কেৱল কৰ’না আক্ৰান্ত লোকৰ চিকিৎসা চলিব বুলি পৰিদৰ্শন কালত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয়।

চিকিৎসালয়খনত ৩০খন নতুন ICU বেডৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

ইপিনে মহানগৰীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কৰ’নাৰ চিকিৎসাৰ বাবে ১৫০খন বিছনা ইতিমধ্যে সাজু কৰা হৈছে আৰু চিকিৎসালয়খনত  ১০খন আই চি ইউ বিছনা ইতিমধ্যে সাজু হোৱা বুলিও তেওঁ কয়।

তদুপৰি, সোণাপুৰত থকা জিলা হাস্পতাল কেৱল কৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰোৱাৰ বাবে  সাজু কৰা হৈছে বুলি তেওঁ কয়। তাতো নতুনকৈ ১০খন ICU বেড সংযোজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

কামৰূপৰ শিঙিমাৰী আদৰ্শ হাস্পতাল, জালুকবাৰীৰ আয়ুৰ্বেদিক হাস্পতাল, চাবুৱাৰ টাটা ৰেফাৰেল, গুৱাহাটীৰ কালাপাহাৰ হাস্পতালত কেৱল কৰ’না আক্ৰান্ত ৰোগীক চিকিৎসা কৰোৱা হ’ব বুলি তেওঁ জনায়।

আনহাতে, কৰ’না ৰোগীৰ বাহিৰে আন ৰোগীৰ চিকিৎসাৰ দায়িত্ব ব্যক্তিগত চিকিৎসালয়ক ল’বলৈ  আহ্বান জনায় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd