• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ শিৱসাগৰৰ অনুস্কা

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , September 15, 2019 9:22 pm

1 min read

সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ শিৱসাগৰৰ অনুস্কা
906
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ ‘প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ৰ উদ্যোগত মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা।

১২ বছৰ বয়সৰ ঊৰ্ধৰ সকলোৰে বাবে মুকলি থকা প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন ঠাইৰ প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

মাৰ্ঘেৰিটাৰ বিশিষ্টা সমাজ সেৱিকা তথা লেখিকা ড০ ৰীতা চৌধুৰীৰ মাতৃ মলিনা চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনৰ মঞ্চ মুকলি কৰা হয় ‘প্ৰতিধ্বনি সাংস্কৃতিক মঞ্চ’ৰ সদস্যাসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে।

প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত আছিল বিশিষ্ট সুৰকাৰ, গীতিকাৰ চৈয়দ চাদুল্লা, গায়িকা ৰুমী গোস্বামী আৰু শিল্পী প্ৰদ্যুত হাজৰিকা।

প্ৰতিযোগিতাখনত প্ৰথম স্থান লাভ কৰে অনুস্কা তৰঙ্গিনী বৰুৱাই (শিৱসাগৰ), দ্বিতীয় স্থান লাভ কৰে ৰাজ ৰাজীৱ ফুকনে( শিমলুগুৰি) আৰু তৃতীয় স্থান লাভ কৰে ৰণ কোঁৱৰে (শিৱসাগৰ)।

অহা ২০ ছেপ্টেম্বৰত মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত জয়ন্ত হাজৰিকাৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধ্যাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হ’ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd