• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঋণ নিজৰ মাজতে ভগাই নলৈ নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবলৈ আত্মসহায়ক গোটসমূহৰ প্ৰতি আহ্বান সৰুপথাৰৰ বিধায়কৰ

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
September 30, 2021 5:29 pm
IMG-20210930-WA0012
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

State Rural Livelihood Mission: স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা গোট, গোলাঘাটৰ উদ্যোগত বি চি (বিজনেছ কৰাছপণ্ডেণ্ট) সখীসকলক আই আই বি এফ (ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্স) প্ৰমানপত্ৰ, আত্মসহায়ক গোটক ঋণৰ অনুমোদন পত্ৰ আৰু অসমী গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত দুখন বাহন প্ৰদান কৰা হয়।

এই উপলক্ষে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে আত্মসহায়ক গোটসমূহ কেৱল ৰাজ্যৰ অৰ্থনীতিৰ সৈতে জড়িত নহয়, বৰং এই গোটসমূহ মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ পৰিচয়স্বৰূপ।

তেওঁ আত্মসহায়ক গোটৰ মহিলাসকলক কেৱল চৰকাৰৰ পৰা লাভ কৰা ঋণ নিজৰ মাজতে ভগাই নলৈ এই ধন বিনিয়োগ কৰি নিয়মীয়া উপাৰ্জনৰ পথ উলিয়াবৰ বাবে আহ্বান জনায়।

Apply Now

তেওঁ গাঁৱৰ মহিলাসকলক পশুপালনৰ প্ৰতি আগ্ৰহী হ’বলৈয়ো কয়। ফুকনে কয় যে গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিবলৈ হ’লে নিজৰ চিন্তা-চৰ্চাক সুদূৰপ্ৰসাৰী কৰিব লাগিব যাতে বজাৰত অসমীয়া মহিলাই উৎপাদন কৰা সামগ্ৰীৰ ব্ৰেণ্ডৰ সৈতে মানুহ পৰিচিত হৈ পৰে। প্ৰতিগৰাকী নাৰীয়ে স্বাৱলম্বী হোৱাৰ মানসিকতা গঢ় দিব পাৰিলেহে নাৰী সবলীকৰণৰ ভেঁটি শক্তিশালী হ’ব বুলি তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত অংশ লৈ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে খণ্ড উন্নয়ন বিষয়াসকলে প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰৰ দিন দুটাৰ একোটা নিৰ্দিষ্ট সময় আত্মসহায়ক গোটসমূহক দিয়া উচিত।

গোটৰ মহিলাসকলক বিভিন্ন ক্ষেত্ৰত দিহা-পৰামৰ্শ দি সহায় আগবঢ়োৱাটো খণ্ড উন্নয়ন বিষয়াসকলৰ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে।

আত্মসহায়ক গোট গঠনৰ প্ৰক্ৰিয়াটোক এটা আন্দোলন বুলি উল্লেখ কৰি তেওঁ কয় যে এই আন্দোলন সফল হ’লেহে গ্ৰাম্য অৰ্থনীতি সবল হ’ব। আত্মসহায়ক গোটসমূহক খণ্ড উন্নয়ন বিষয়াসকলে হাতত ধৰি আগবঢ়াই লৈ যাব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে ।

আজিৰ অনুষ্ঠানতে ৯৫ গৰাকী বি চি সখীক আই আই বি এফ প্ৰমানপত্ৰ, ৮টা আত্মসহায়ক গোটক ৫লাখ টকাকৈ ঋণৰ অনুমোদন পত্ৰ, গোলাঘাট ছাউথ ব্লকৰ মিলনজ্যোতি আত্মসহায়ক গোট আৰু মৰঙি উন্নয়ন খণ্ডৰ উষা আত্মসহায়ক গোটক দুখন বাহন আৰু দুগৰাকী বি চি সখীক অনলাইন লেনদেন কৰিব পৰা মৰফ’ ডিভাইছ প্ৰদান কৰা হয়।

অনুষ্ঠানত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, জিলা পৰিষদৰ সভানেত্ৰী হেলিনা পেগু দলে, আৰছেটিৰ সঞ্চালক, চি এছ চিৰ জিলা প্ৰৱন্ধক, উন্নয়ন খণ্ড বিষয়াসকল, জিলা অভিযান পৰিচালনা গোটৰ জিলা প্ৰকল্প প্ৰৱন্ধক আৰু বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল।

মীনাক্ষী ফুকন, গোলাঘাট

মীনাক্ষী ফুকন, গোলাঘাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd