• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘অসমীয়া জাতিৰ স্বাভিমান চাওলুং চুক্যাফা প্ৰতি মূৰ্ত্তি স্থাপন হ’ব মাৰ্ঘেৰিটাত’ : বিধায়ক ভাস্কৰ শৰ্মা

NE NOW NEWS মানস প্ৰতীম গগৈ
মাৰ্ঘেৰিটা , July 14, 2020 6:49 pm

1 min read

IMG-20200714-WA0034
2.5k
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক অসম আহোম সভা মাৰ্ঘেৰিটা মহকুমা সমিতিৰ তৰফৰ পৰা মাৰ্ঘেৰিটাত অসমীয়া জাতিৰ স্বাভিমান চাওলুং চুক্যাফা প্ৰতি মূৰ্ত্তি স্থাপন কৰিবলৈ আহ্বান জনাই আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

বিধায়ক শৰ্মাই আহোম সভাক মাৰ্ঘেৰিটাৰ হিলভিউস্থিত বনবিভাগৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্মাণ হ’ব লগা “ইকৌ পাৰ্ক”ত অসমীয়া জাতিৰ স্বাভীমান তথা বৰ অসম গঢ়োতা চাওলুং চুক্যাফাৰ প্ৰতি মূৰ্ত্তি স্থাপন কৰা হ’ব বুলি জানিব দিয়ে।

তেখেতে অহা ২ ডিচেম্বত চাওলুং চুক্যাফা প্ৰতি মূৰ্ত্তি উন্মোচন কৰা হ’ব বুলি আহোম সভাৰ প্ৰতিনিধি সকলক জানিব দিছে।

দেশৰ ক’ৰ’নাৰ পৰিস্থিতি স্বাভাৱিক হ’লে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰিব বুলি সদৌ অসম আহোম সভাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিক জানিব দিছে।

মাৰ্ঘেৰিটা মহকুমা সমিতি তৰফৰ পৰা এই প্ৰচেষ্টাৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাক আহোম সভাৰ মাৰ্ঘেৰিটা সমিতিৰ সম্পাদক উৎপল কোঁৱৰ ধন্যবাদ ও কৃতজ্ঞতা জনায়।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd