• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাতো নিৰ্মাণ কৰা হ’ব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি : প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মনৰ ঘোষণা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
September 7, 2021 5:01 pm
tpp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাতো নিৰ্মাণ কৰা হ’ব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিপ্রাৰ অধ্যক্ষ প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মনে  অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ সৈতে সম্বোধন কৰা যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰে।

আনহাতে, উক্ত সংবাদমেলতে দুয়োটা ৰাজনৈতিক দলৰে সংকল্পৰ কথা উল্লেখ কৰি তেওঁ কয় “উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বঞ্চিত, নিস্পেষিত, শোষিত জাতিসত্বাসমূহে একে দৃষ্টিভংগীৰে, ঐক্যৱদ্ধভাৱে আগবঢ়াৰ বিষয়ত ঐক্যমত পোষণ কৰি আমি আঞ্চলিক ৰাজনৈতিক জাতীয় সংগ্ৰামখন তীব্ৰতৰ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰে৷”

Apply Now

তেওঁলোকৰ সিদ্ধান্তসমূহ উল্লেখ কৰি বৰ্মাই কয় “আজি অসম জাতীয় পৰিষদ আৰু ‘দ্য ইণ্ডিজেনাছ প্রগ্রেছিভ ৰিজিঅ’ নেল এলায়েন্স’ (তিপ্ৰা)ই সিদ্ধান্ত গ্রহণ কৰে যে দুয়োটা দলে ৰাজনৈতিক সহযোগিতাৰ এক শুভ আৰম্ভণি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলক লগত লৈ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক আন্দোলন গঢ়ি তুলিব।

” এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলৰ সৈতে আলোচনা মর্মে শীঘ্ৰেই ঘোষণা কৰা হ’ব৷” প্ৰদ্যুতে লগতে কয়।

তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰি তেওঁ কয় ১)‘ইতিপূর্বে সংসদত গৃহীত হোৱা নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ কা’ তৎকালে বাতিল কৰক’৷

২) অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ ছি) উন্নীতকৰণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰক৷

৩) ত্ৰিপুৰা ৰাজ্যৰ ত্ৰিপুৰীসহ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয় সংৰক্ষণৰ হকে সাংবিধানিক ব্যৱস্থা প্ৰৱৰ্তন কৰক৷ তিপ্ৰালেণ্ড/বৃহত্তৰ টিপ্ৰালেণ্ডৰ দাবী মানি লওক

৪) অসম চুক্তিৰ সকলো দফা সঠিকভাৱে ৰূপায়ণ কৰকা অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদন ৰূপায়ণেৰে অসমীয়া জাতিক সাংবিধানিক ৰক্ষা করচ প্রদান আৰু অসমীয়া জাতিৰ ভাষা-সাহিত্য সংস্কৃতি ৰক্ষাৰে জাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা আদি৷

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd