• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ সন্দিকৈৰ আৱক্ষ মূৰ্তি উন্মোচন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 20, 2019 4:35 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা শুকুৰবাৰে শিৱসাগৰৰ জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালৰ চৌহদত অসমৰ প্ৰথমগৰাকী চুকাফা বঁটা প্ৰাপক বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ সন্দিকৈৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়। জয়সাগৰ শাখা সাহিত্য সভা আৰু বুৰঞ্জীবিদ গৰাকীৰ পৰিয়ালৰ লোকৰ উদ্যোগত উক্ত আৱক্ষ মূৰ্তিটো স্থাপন কৰা হয়।

এই উদ্দেশ্যে জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালৰ চৌহদত অনুষ্ঠিত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত বুৰঞ্জীবিদ গৰাকীৰ সহধৰ্মিনী কল্যানী সন্দিকৈয়ে আৱক্ষ মূৰ্তিটো উন্মোচন কৰে। উন্মোচনী অনুষ্ঠানত দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰত্নেশ্বৰ দেউৰী, জয়সাগৰ সাহিত্য সভাৰ সভাপতি প্ৰদীপ বৰঠাকুৰ, অৰ্জুন ভোগেশ্বৰ বৰুৱাকে ধৰি অঞ্চলটোৰ কেইবাগৰাকী সন্মানীয় ব্যক্তি উপস্থিত থাকে।

Apply Now

যোৰহাটৰ মেলেঙত জন্মগ্ৰহণ কৰা ভূবন চন্দ্ৰ সন্দিকৈয়ে কৰ্মসূত্ৰে শিৱসাগৰৰ জয়সাগৰত স্থায়ীকৈ থাকি অসমৰ পুৰণি কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছিল। ১৯৩৫ চনত অসম পলিটেকনিক ৰেচিডেন্সিয়েল ইন্সিটিউটৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা সন্দিকৈয়ে উক্ত বছৰতেই কংগ্ৰেছত যোগদান কৰি শিক্ষা, গাওঁ সংগঠক, খাদী, কানি নিবাৰণ আদি গঠনমূলক কামৰ দায়িত্ব লৈছিল।

১৯৪২ চনত কংগ্ৰেছ সেৱা দলৰ নায়ক হৈ দ্বিতীয় মহাসমৰত ডিমাপুৰত প্ৰায় তিনিমাহ ধৰি বাৰ্মাৰ পৰা অহা ৰণ ভগনীয়াৰ সেৱা কৰা সন্দিকৈয়ে ১৯৪৪ চনত বেনাৰস বিশ্ববিদ্যালয়ত পলিটেকনিক ইন্সিটিউটৰ পৰীক্ষাৰ্থী সকলৰ পৰিদৰ্শক ৰূপে নিয়োজিত হয়।

১৯৪৮ চনত তেওঁ অসম চৰকাৰৰ জয়সাগৰত স্থাপিত পঞ্চায়ত প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰিছিল। ১৯৭৫ চনত অসম ৰাজ্যিক গান্ধী স্মাৰক নিধিৰ সচিব পদত যোগদান কৰাৰ লগতে সমান্তৰালকৈ অসম ৰাজ্যিক টাই গৱেষণা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰে।

ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগ, ৰাজ্যিক সংগ্ৰালয়ৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰা সন্দিকৈয়ে ১৯৭০ চনৰ পৰাই অসম সাহিত্য সভাৰ ধিং অধিৱেশনত বুৰঞ্জী সন্মিলনত সভাপতি হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়ায়। ১৯৯২ চনত ভজোত অনুষ্ঠিত  শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰথমজন সভাপতি হিচাপে নিৰ্বাচিত হয়।

ৰংপুৰ পাণ্ডা নামৰ গাইড বুকৰ স্ৰষ্টা তথা জীৱন কালত অনেক বুৰঞ্জীমূলক গ্ৰন্থ প্ৰবন্ধ লিখি অসমীয়া বুৰঞ্জী সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা এই গৰাকী বুৰঞ্জী প্ৰভাকৰক অসম চৰকাৰে মৰণোত্তৰভাৱে আগবঢ়াইছিল ‘চুকাফা শৰাই বঁটা।’

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd