• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক ‘ষ্টীল মেন অৱ ইণ্ডিয়া’ খ্যাত জামছেদ ইৰাণীৰ দেহাৱসান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 1, 2022 12:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Steel Man of India Jamshed J Irani passes away টাটা ষ্টীলৰ প্ৰাক্তন পৰিচালন সঞ্চালক ‘ষ্টীল মেন অৱ ইণ্ডিয়া’ হিচাপে জনাজাত জামছেদ জে ইৰাণীৰ দেহাৱসান ঘটিছে। তেওঁ সোমবাৰে নিশা ঝাৰখণ্ডৰ জামছেদপুৰত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

টাটা ষ্টীলে টুইট কৰি তেওঁৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। টুইটোত লিখিছে, “পদ্মভূষণ বঁটা প্ৰাপ্ত ড০ জামছেদ জে ইৰাণীৰ মৃত্যুত আমি গভীৰভাৱে শোকাভিভূত। তেওঁ ভাৰতৰ ষ্টীল মেন হিচাপে পৰিচিত আছিল। টাটা ষ্টীল পৰিয়াল তেওঁৰ পৰিয়াল আৰু প্ৰিয়জনৰ প্ৰতি গভীৰ সমবেদনা জনাইছো।‘’

লগতে পঢ়ক: মোৰবীলৈ আহিব মোডী! গোটেই নিশা গুজৰাটৰ চিকিৎসালয়ত চলিল চাফাই, ৰং কৰাৰ কাম

Apply Now

মহাৰাষ্ট্ৰৰ নাগপুৰত ১৯৩৬ চনৰ ২ জুনত জন্ম হৈছিল জামছেদ ইৰাণীৰ। তেওঁ ১৯৫৬ চনত নাগপুৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিএছচি আৰু ১৯৫৮ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা ভূবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছত টাটা স্কলাৰ হিচাপে তেওঁ ব্ৰিটেইনৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৬৮ চনত ভাৰতলৈ উভতি আহে আৰু ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্টৰ সঞ্চালকৰ সহযোগী হিচাপে টাটা ষ্টীলত যোগদান কৰে।

তেতিয়াৰ পৰা তেওঁ ৪৩ বছৰ ধৰি টাটা ষ্টীলৰ সৈতে আছে। তেওঁ ২০১১ চনৰ জুন মাহত টাটা ষ্টীলৰ বোৰ্ডৰ পৰা অৱসৰ লৈছিল। তেওঁৰ নেতৃত্বত টাটা ষ্টীলে ১৯৯০ৰ দশকত নতুন উচ্চতাত উপনীত হৈছিল। ১৯৯২ চনৰ পৰা ২০১১ চনলৈ তেওঁ টাটা ষ্টীলৰ পৰিচালনা সঞ্চালক আছিল।

We are deeply saddened at the demise of Padma Bhushan Dr. Jamshed J Irani, fondly known as the Steel Man of India. Tata Steel family offers its deepest condolences to his family and loved ones. pic.twitter.com/gGIg9JgGMS

— Tata Steel (@TataSteelLtd) October 31, 2022

জামছেদ জে ইৰাণী টাটা গোটৰ কেইবাটাও কোম্পানীৰ পৰিচালক মণ্ডলীতো আছিল। তেওঁক ১৯৯৭ চনত সন্মানীয় নাইটহুড প্ৰদান কৰা হৈছিল। ইয়াৰ আগতে ১৯৯৬ চনত তেওঁ ৰয়েল একাডেমী অফ ইঞ্জিনিয়াৰিঙৰ আন্তৰ্জাতিক ফেলো হয়। ২০০৮ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা ‘লাইফটাইম এচিভমেণ্ট’ বঁটা লাভ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am
ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

ইমৰাণৰ স্বাস্থ্যক লৈ উদ্বেগ! পাক প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিলে বিশ্ব ক্ৰিকেটৰ ২২ গৰাকী প্ৰাক্তন অধিনায়কে

August 24, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd