• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত বৰমূৰীয়া কাছ সংৰক্ষণৰ বিশেষ পদক্ষেপ প্ৰকৃতি সংগঠনৰ

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
October 28, 2021 12:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথত কাছ সংৰক্ষণৰ পদক্ষেপে সূচনা কৰিছে নতুন দিগন্তৰ ।

বিশ্বনাথ ঘাটৰ Nature Discovery Centre তথা প্ৰকৃতি আবিষ্কাৰ কেন্দ্ৰত Turtle Survival Alliance India আৰু অসম পৰ্যটন বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

কাছ সংৰক্ষণৰ দিশত বিশেষকৈ বৰমুৰীয়া কাছ সংৰক্ষণৰ বাবে প্ৰতিষ্ঠানটোৱে যোৱা তিনি বছৰৰ পৰা অবিৰতভাৱে চলাই আহিছে বিশেষ অভিযান ।

প্ৰাকৃতিক ভাবে জন্ম দিয়াব পৰাকৈ কেন্দ্ৰটোত ইতিমধ্যে বহু সংখ্যক কাছ পোৱালি জন্ম দিয়াৰ লগতে সুৰক্ষিত স্থানত মুকলি কৰি দিয়াত সফলতা লাভ কৰিছে উক্ত প্ৰতিষ্ঠানটোৱে ।

সাম্প্ৰতিক সময়ত ৰাইজৰ মাজত কাছ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা মূলক বাৰ্তা প্ৰেৰণ কৰিবলৈ বহু কেইটা সজাগতা মূলক অনুষ্ঠানো অনুষ্ঠিত কৰি আহিছে ।

Turtle Survival Alliance India নামৰ অনুষ্ঠানটিৰ সঞ্চালক প্ৰধান ড’ শৈলেন্দ্ৰ সিংৰ নিৰ্দেশনাত প্ৰকল্প বিষয়া হামিদুৰ ৰহমানৰ তত্বাৱধানত ইতিমধ্যে ধৰা লৈ আগমন ঘটিছে ১০০ৰো অধিক এনে আলহীৰ । ভাল খবৰ এয়াই যে কণ কণ কাছ পোৱালি সমূহ সংৰক্ষিত অৱস্থাত লালন পালন কৰি বৰ্তমান চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ লগতে প্ৰকৃতিৰ বুকুত মুকলি কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে ।

ইতিপূৰ্বে Turtle Survival Alliance India ৰ সংৰক্ষণকাৰী দলটোৱে নাগশংকৰ দেৱলায়ৰ কৰ্তৃপক্ষৰ সহযোগত দেৱালয়খনত সংৰক্ষিত হৈ থকা কাছ সমূহৰ কণী সংগ্ৰহ কৰি বিশ্বনাথঘাটস্থিত সংৰক্ষিত কেন্দ্ৰটোত বৰ্তমান সফল ভাবে জন্ম দিয়াবলৈ সক্ষম হৈছে কাছ পোৱালিৰ ।

এই সমগ্ৰ প্ৰক্ৰিয়াত বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল আৰু পূব শোণিতপুৰ বন সংমণ্ডলে বিশেষ সহযোগিতা আগবঢ়াইছে বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে ।

তেওঁলোকৰ এই প্ৰচেষ্টাই আগন্তুক দিনত কাছ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

কাজী জেইদুল ইছলাম,বিশ্বনাথ

কাজী জেইদুল ইছলাম,বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd