• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হতাশগ্ৰস্ত ভাৰতীয় দলক উৎসাহ অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2020 3:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইটত অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টত লজ্জাজনক বেটিং প্ৰদৰ্শন কৰি শোচনীয় পৰাজয়ৰ সন্মুখিন হোৱা ভাৰতীয় দলক উৎসাহ দিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে।

তাৰকা বেটছমেন ষ্টিভ স্মিথে ভাৰতীয় দলটোক উদ্দেশ্যি কয়, ‘যি হ’ল হ’ল….এতিয়া নিজকে যোগাত্মকভাৱে ৰখাৰ চেষ্টা কৰিব লাগে,’’ ভাৰতীয় দলটোক উদ্দেশ্যি স্মিথে কয়।

Apply Now

‘‘সদায় আগবাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ, ব্যক্তিগতভাৱে সকলোৱে নিজৰ প্ৰতি লক্ষ্য কৰক আৰু দলৰ বাবে কেনেদৰে ভাল প্ৰদৰ্শন আগবঢ়াব পাৰি সেয়া চিন্তা কৰক,’’ স্মিথে লগতে কয়।

উল্লেখযোগ্য যে, এডিলেইটত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰাৰ পাছতো দ্বিতীয় ইনিংছত শোচনীয় প্ৰদৰ্শনেৰে মাত্ৰ ৩৬ ৰানত অলআউট হ’বলগীয়া হৈছিল।

ভাৰতীয় দলৰ এয়া আছিল টেষ্ট ইতিহাসত সৰ্বনিম্ন স্কোৰ।

প্ৰথমখন টেষ্টত ভাৰত পৰাজিত হোৱাৰ পাছত অষ্ট্ৰেলিয়াই ১-০ ব্যৱধানত শৃংখলাত অগ্ৰগতি লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

October 19, 2026 9:37 am
মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

October 19, 2026 7:38 am
‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

নাবালিকাৰ বিৰুদ্ধে যৌন অপৰাধৰ অভিযোগত পকছ’ আইনৰ অধীনত ২২ বছৰীয়া যুৱক আটক

October 19, 2026 9:37 am
মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

মুম্বাইৰ জুহুত টাইগাৰ শ্ৰফৰ গাড়ীলৈ গুলীচালনা, চালকসহ দুজন আহত; বিষ্ণোই গেঙৰ নামত দায় স্বীকাৰৰ দাবী

October 19, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd