• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাহিৰত আৱদ্ধ হৈ থকা অসমৰ লোকসকল নিৰাপদে থাকিব : মুখ্য মন্ত্ৰী সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 30, 2020 5:06 pm

1 min read

Media Briefing 1

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

1.7k
VIEWS
Share on FacebookShare on Twitter

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ চিকিৎসক, সংবাদকৰ্মীৰ লগতে দিনে নিশাই ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম কৰি থকা অন্য স্বাস্থ্য কৰ্মীসকলক ধন্যবাদ জনাইছে।

আজি বঙাইগাঁৱত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা অসমৰ লোকসকল সুৰক্ষিত তথা নিৰাপদে থাকিব বুলি আশ্বাস দিয়ে।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে সেই লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও জনায়।

দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা লোৱাৰ বাবে মুখ্য মন্ত্ৰী সমূহলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে সোণোৱালে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰীগৰাকীয়ে ক’ৰ’না ভাইৰাছ সম্পৰ্কে কোনো ধৰণৰ উৰা বাতৰিত বিশ্বাস আৰু শংকিত নহ’বলৈ আহ্বান জনায়।

উল্লেখ্য যে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থ্যাৱলী পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্য্যেৰে বঙাইগাঁও অসামৰিক চিকিৎসালয় আৰু বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে।

মুখ্য মন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণিভূষণ চৌধুৰী, বিধায়ক বিমল বৰাৰ লগতে জিলা দুখনৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

Recent News

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

a modi

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd