• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰতিৰক্ষা অভিযানৰ বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা সংবাদ মাধ্যমলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 7:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শনিবাৰে এখন পৰামৰ্শ জাৰি কৰি সকলো সংবাদ মাধ্যমক সামৰিক অভিযান বা নিৰাপত্তা বাহিনীৰ কাৰ্যকলাপৰ লাইভ সম্প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয়ৰ বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত সাৱধানতা আৰু দায়িত্বশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি, মন্ত্ৰালয়ে সংবাদ সংস্থা, ডিজিটেল প্লেটফৰ্ম আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বাবে এই পৰামৰ্শ জাৰি কৰিছে।

Apply Now

মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত সকলো মিডিয়া প্লেটফৰ্ম, সংবাদ সংস্থা আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক প্ৰতিৰক্ষা আৰু অন্যান্য নিৰাপত্তা সংক্ৰান্তীয় কাৰ্যকলাপৰ বাতৰি পৰিৱেশনৰ সময়ত সৰ্বোচ্চ দায়িত্ব পালন কৰিবলৈ আৰু বৰ্তমানৰ আইন কঠোৰভাৱে মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰে বিশেষভাৱে লাইভ ভিজুৱেল সম্প্ৰচাৰ, স্পৰ্শকাতৰ স্থানৰ পৰা প্ৰত্যক্ষ প্ৰতিবেদন, আৰু চলি থকা সামৰিক কাৰ্যকলাপৰ সৈতে জড়িত উৎসভিত্তিক তথ্যৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

এই নিৰ্দেশনাৰ জড়িয়তে সতৰ্ক কৰা হৈছে যে স্পৰ্শকাতৰ কাৰ্যকৰী তথ্য অকালতে প্ৰকাশ কৰিলে শত্ৰুতাপূৰ্ণ উপাদানসমূহক সহায় কৰিব পাৰে, যাৰ ফলত অভিযানৰ কাৰ্যকাৰিতা আৰু জড়িত কৰ্মীসকলৰ সুৰক্ষা বিপন্ন হ’ব পাৰে।

কাৰ্গিল যুদ্ধ, ২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ আৰু কান্দাহৰ অপহৰণৰ দৰে অতীতৰ ঘটনাৰ উল্লেখ কৰি মন্ত্ৰালয়ে কয় যে সংকটৰ সময়ত সংবাদ মাধ্যমৰ অনিয়ন্ত্ৰণহীন সম্প্ৰচাৰে জাতীয় স্বাৰ্থৰ বিৰুদ্ধে ক্ষতিকাৰক পৰিণতিৰ সৃষ্টি কৰিছিল। মন্ত্ৰালয়ে জোৰ দি কয় যে সংবাদ মাধ্যম, ডিজিটেল প্লেটফৰ্ম আৰু ব্যক্তিগত ব্যৱহাৰকাৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে।

বিবৃতিত কোৱা হৈছে যে আইনী বাধ্যবাধকতাৰ উপৰিও সকলোৰে এক সাধাৰণ নৈতিক দায়িত্ব আছে যাতে চলি থকা অভিযানৰ অখণ্ডতা বা নিৰাপত্তা বাহিনীৰ জীৱন বিপন্ন নহয়। এই পৰামৰ্শই মন্ত্ৰালয়ৰ পূৰ্বৰ নিৰ্দেশনা পুনৰ সোঁৱৰাই দিয়ে, য’ত টেলিভিছন নেটৱৰ্ক (সংশোধনী) নিয়ম, ২০২১ৰ নিয়ম ৬ ৬(১)(পি)ত উল্লেখ কৰা হৈছে যে উপযুক্ত চৰকাৰী বিষয়াৰ অনুমোদন অবিহনে এনে অভিযানৰ সম্প্ৰচাৰ নিষিদ্ধ কৰা হৈছে।

মন্ত্ৰালয়ে সকীয়াই দিছে যে এই নিয়ম উলংঘা কৰিলে প্ৰযোজ্য আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পৰামৰ্শত পুনৰ কোৱা হৈছে যে সকলো টিভি চেনেলকে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত সন্ত্ৰাসবাদ বিৰোধী অভিযান বা নিৰাপত্তা বাহিনীৰ গতিবিধিৰ লাইভ কভাৰেজ সম্প্ৰচাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

‘অমৃতপ্ৰভাই কেনেকৈ পালে জামিন?’ জুবিন ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচীত প্ৰশ্ন গৰিমাৰ

October 12, 2026 6:00 pm
মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd