• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শক্তিশালী ঘূৰ্ণীবতাহ ‘দিতৱাহ’, কেইঘণ্টামানৰ ভিতৰতে খুন্দা মাৰিব ভাৰতৰ উপকূলত! শংকিত দুই ৰাজ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2025 7:43 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইঘণ্টামানৰ ভিতৰতে ভাৰতৰ উপকূলত আঘাত হানিব এক শক্তিশালী ঘূৰ্ণীবতাহ ‘দিতৱাহ’ (Cyclone Ditwah)। শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া এই ঘূৰ্ণীবতাহ দ্ৰুতগতিত ভাৰতৰ দক্ষিণ উপকূলৰ দিশে আগবাঢ়িছে। ইয়াৰ ফলত শনিবাৰৰ পৰা তামিলনাডুৰ বহু জিলাত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে, পানী জমা হোৱাৰ ফলত কিছু অঞ্চলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ঘূৰ্ণীবতাহৰ আশংকাত দক্ষিণ ভাৰতত আতংক বৃদ্ধি পাইছে।

আজি (৩০ নৱেম্বৰ) ভাৰতৰ উপকূলত খুন্দা মাৰিব পাৰে দিতৱাহ

Apply Now

আই এম ডিৰ শেহতীয়া আপডেটত প্ৰকাশ পাইছে যে যোৱা ছয় ঘণ্টাত এই ঘূৰ্ণীবতাহে ঘণ্টাত প্ৰায় ৮ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে। শনিবাৰে পুৱা দক্ষিণ-পশ্চিম বংগোপসাগৰ আৰু উত্তৰ শ্ৰীলংকাৰ ওপৰত অৱস্থান কৰিছিল।

পূৰ্বাভাস মতে দেওবাৰে পুৱা ভাৰতৰ দক্ষিণ উপকূলত উপস্থিত হ’ব আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ তামিলনাডু-অন্ধ্ৰ প্ৰদেশৰ উপকূলত পৰিব। পুদুচেৰিও প্ৰভাবিত হ’ব পাৰে।

তামিলনাডু প্ৰশাসনে অৱগত কৰিছে যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কে.কে.এছ.এছ.আৰ. ৰামচন্দ্ৰনে কয় যে এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা নাই।

তদুপৰি, তামিলনাডুৰ বিভিন্ন জিলাত ১৪টা এন ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে। অতিৰিক্ত উদ্ধাৰকাৰী দল পুডুচেৰীতো আছে। ভাৰতীয় বায়ুসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। সাগৰৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে মাছমৰীয়াসকলক সাগৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বিমান আৰু ৰে’ল সেৱা ব্যহত হ’ব পাৰে

ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে তামিলনাডুকে ধৰি দক্ষিণৰ কেইবাখনো ৰাজ্যত বিমান আৰু ৰে’ল সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে- চেন্নাই বিমানবন্দৰত ৫৪খন বিমান বাতিল কৰা হৈছে। এয়াৰ ইণ্ডিয়াকে ধৰি বিভিন্ন বিমান সংস্থাৰ বিমানৰ সময়সূচী সলনি কৰা হৈছে।

ঘূৰ্ণীবতাহ দিতৱাহ ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে শ্ৰীলংকাক প্ৰায় বিধ্বস্ত কৰি পেলাইছে। ইয়াৰ ফলত কমেও ১৩২ জন লোকৰ মৃত্যু হৈছে। ১৫০ জনতকৈ অধিক লোক সন্ধানহীন হৈছে। বহু ঘৰ ভাঙি গৈছে। সমগ্ৰ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। মানৱীয় সাহায্য হিচাপে ভাৰতে ‘অপাৰেচন সাগৰ বন্ধু’ আৰম্ভ কৰি চি-১৩০জে বিমানেৰে ১২ টন জৰুৰীকালীন সাহায্য প্ৰেৰণ কৰিছে।

উপকূলৰ কাষ চাপি অহাৰ লগে লগে ঘূৰ্ণীবতাহৰ শক্তি বৃদ্ধি পাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সকীয়াই দিছে। উপকূলত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ, ধুমুহা বতাহ আৰু জোৱাৰ-ভাটাৰ সম্ভাৱনা আছে। উপকূলৰ ওচৰৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু ঘৰৰ পৰা ওলাই নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd