• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিশাৰ কাল ধুমুহাত তচনচ কৃষ্ণাইৰ পেটকাটা, হাৰিমূৰা

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , May 18, 2019 2:30 pm

1 min read

Screenshot_2019-05-18-10-24-00-229_com.mxtech.videoplayer.ad

ফটো : নৰ্থইষ্ট নাও

679
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পেটকাটাত শুকুৰবাৰে নিশা অহা এক ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে। এই বিধ্বংসী ধুমুহাত প্ৰায় পাঁচ শতাধিক বাসগৃহ ধ্বংস হোৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হয়।

ধুমুহাৰ ফলত পেটকাটা প্ৰাথমিক বিদ্যালয়ৰ বিস্তৰ ক্ষতি হয়। তদুপৰি, ইয়াত থকা  বিদ্যুতৰ টাৱাৰো ভাঙি পৰে। ইপিনে, ধুমুহাৰ গতি ইমানে শক্তিশালী আছিল যে ঘৰৰ মূধচ দুই তিনি কিলোমিটাৰ আঁতৰলৈ উৰুৱাই নিয়ে ৷

এতিয়া কৃষ্ণাইৰ পেটকাটাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাল ধুমুহাৰ ফলত গৃহহীন হৈ পৰা বহু পৰিয়ালৰ থাকিবলৈ ঠাইয়ে নোহোৱা হৈছে ৷ যোৱা নিশাটো তেওঁলোকে মুকলি আকাশৰ তলতে পাৰ কৰে ৷

তীব্ৰ বেগী ঘূৰ্ণী বতাহৰ লেখিয়া এই প্ৰবল ধুমুহাজাকে গছ-গছনি ভাগি তচনচ কৰি পেলাইছে। জানিব পৰা মতে, ওচৰৰে হাৰিমুৰাৰ নতুন বস্তিতো ধুমুহাই অৰ্ধশতাধিক ঘৰ দুৱাৰ ভাঙি তচনচ কৰে।

আনহাতে, নিশাৰ ভয়ংকৰ ধুমুহাৰ বিস্তৰ ক্ষতিসাধনৰ পাছত প্ৰশাসনৰ ফালৰ পৰা  খবৰ ল’বলৈ কোনো আহি উপস্থিত হোৱা নাই।

Recent News

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

বিজেপিয়ে শিৱসেনাক ‘হিন্দুত্ব’ শিকোৱাৰ প্ৰয়োজন নাই : উদ্ধৱ ঠাকৰে

Jahnu-Baruah-750x375 (1)

লাচিত বৰফুকন চলচ্চিত্ৰ: জাহ্ন বৰুৱাৰহে বিষয়, বিবেক অ’বেৰয়ৰ বাবে দাঙিব নোৱাৰা শিল

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বংগ নিৰ্বাচন : তৃণমূল কংগ্ৰেছক সমৰ্থন জনালে শিৱ সেনাই, ‘বংগৰ বাঘিনী’ আখ্যা মমতাক

বংগ নিৰ্বাচন : তৃণমূল কংগ্ৰেছক সমৰ্থন জনালে শিৱ সেনাই, ‘বংগৰ বাঘিনী’ আখ্যা মমতাক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd