• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনবদ্য কৃতিত্ব অৰ্জন ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2020 1:07 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ তাৰকা বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় তথা অন্তিমখন টেষ্ট মেচৰ শেষৰ দিনা এক অনবদ্য মাইলষ্টনত উপনীত হয়।

সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ ব্ৰডে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ৫০০ উইকেট দখল কৰাৰ কৃতিত্ব লাভ কৰে।

৫০০ উইকেট দখল কৰা ব্ৰড বিশ্বৰ সপ্তম গৰাকী বলাৰ হিচাপে পৰিগণিত হ’ল।

ব্ৰডৰ এই উপলব্ধিত ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ লগতে ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বাওঁহতীয়া বেটছমেন যুৱৰাজ সিঙে অভিনন্দন জ্ঞাপন কৰে।

ব্ৰডৰ পূৰ্বে ইংলেণ্ডৰ হৈ এই কৃতিত্ব অৰ্জন কৰিছিল জেমছ এণ্ডাৰছনে। এণ্ডাৰছনে ২০১৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰিছিল।

উল্লেখ্য যে ব্ৰডে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলা টেষ্ট শৃংখলাৰ অন্তিমখন মেচৰ অন্তিম দিনা ক্ৰেগ ব্ৰেথৱেটৰ উইকেটটো দখল কৰি নিজৰ কেৰিয়াৰৰ ৫০০ উইকেট সম্পূৰ্ণ কৰে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাৰ শীৰ্ষত শ্ৰীলংকাৰ মুথেয়া মুৰুলীধৰণ (৮০০ উইকেট), দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰ শ্বেণ ৱাৰ্ণ (৭০৮) আৰু তৃতীয় স্থানত আছে ভাৰতৰ অনিল কুম্বলে (৬১৯)।

আনহাতে এই তালিকাৰ চতুৰ্থ স্থানত আছে ইংলেণ্ডৰ জেমছ এণ্ডাৰছন (৫৮৯), পঞ্চম স্থানত আছে কৰ্টনি ৱালছ (৫১৯)।

উল্লেখযোগ্য যে, ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত চলা তিনিখন টেষ্ট মেচৰ শৃংখলাটো ইংলেণ্ডে ২-১ত বিজয়ী হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd