• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃগাঁথনিৰ অভাৱত মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ

গুৰুত্বহীন ৰূপহী শিক্ষাখণ্ড, নিৰ্বিকাৰ শিক্ষা বিভাগ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
March 11, 2020 12:48 pm
1VideoCapture_20200306-193619

চালিবিহীন বিদ্যালয়খন, ফ'টো-ভাৰ্গৱ হাজৰিকা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাসনাধিষ্টিত চৰকাৰখনৰ এটা বিয়াগোম শিক্ষা বিভাগ থকাৰ পিছতো মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ একাংশ জৰাজীৰ্ণ বিদ্যালয়ত অধ্যয়নৰত বহু সংখ্যক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত তথা ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ এখন অতি জৰাজীৰ্ণ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় হ’ল কঠালগুৰিত থকা তেৰাং গাঁও প্ৰাৰ্থমিক বিদ্যালয়।

Apply Now

চামগুৰিৰ এটা ভিতৰুৱা অঞ্চলত থকা এই বিদ্যালয়খনত প্ৰায় অৰ্ধশতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগীয়া হৈছে অতি দুখজনক ভাবে।

কাৰণ বিদ্যালয় খনৰ আন্তঃগাঁঠনিৰ অতি পুতৌ লগা অৱস্থাৰ বাবে এতিয়া মুকলি আকাশৰ তলতেই শিক্ষা গ্ৰহণ কৰিছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে।

বিদ্যালয় গৃহটোৰ বেৰসমূহ পকী যদিও মুধচত নাই কোনো স্থায়ী চালি, নাই এযোৰো ডেক্স-বেঞ্চ, পোৱা নাই ইউনিফৰ্ম।

যাৰ বাবে প্ৰখৰ ৰ’দতে মাটিত বস্তা পাৰি কণমানি শিশুহঁতে গ্ৰহণ কৰিবলগীয়া হৈছে জীৱনৰ আদিপাঠ।

বিগত অগপ চৰকাৰ দিনতে বিদ্যালয় গৃহটো নিৰ্মাণ হৈছিল যদিও আধৰুৱা হৈ থকা ঘৰটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতি মনোনিৱেশ নকৰিলে পৰৱৰ্তী কোনো এখন চৰকাৰে।

চালিহীন অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগ্ৰহণ

কেইমাহমান পূৰ্বে স্থানীয় ৰাইজৰ তৎপৰতাত কেইখনমান টিঙেৰে বিদ্যালয়খনৰ আধৰুৱা গৃহটোৰ ওপৰত এখন অস্থায়ী চালিৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমানেও বতাহ-বৰষুণৰ সময়ত চৰম দুৰৱস্থাৰ সন্মুখীন হ’ব লগা হয় কণমানি ছাত্ৰ-ছাত্ৰীসকল।

উল্লেখযোগ্য যে, ১৯৮৬ চনতে স্থাপিত হোৱা বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়খন কেৱল চৰকাৰী স্বীকৃতিপ্ৰাপ্তহে হ’ল,  নহ’ল চৰকাৰীকৰণ।

যাৰবাবে বছৰ বছৰ ধৰি বিদ্যালয়খনত কৰ্মৰত দুজনকৈ শিক্ষকে বিনা-বেতনত কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দান কৰিব লগীয়া হৈছে।

অতি উদ্বেগজনক ভাবে সুদীৰ্ঘ কাল বিনা-বেতনত শিক্ষা দান কৰি অহা প্ৰধান শিক্ষক গৰাকীয়ে অহা বছৰত খালী হাতেৰেই ল’ব লগীয়া হ’ব অৱসৰ।

কিন্তু অতি পৰিতাপৰ বিষয় এইয়ে যে ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয়খনৰ এই দুৰৱস্থাৰ বিষয়ে বহু সময়ত খণ্ড শিক্ষা বিষয়া গৰাকীক অৱগত কৰি অহাৰ পিছতো আজি পৰ্য্ন্ত কোনো বিহিত ব্যৱস্থা হাতত নোলোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে স্কুল কতৃপক্ষই।

শীঘ্ৰে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীগৰাকীক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ শিশুসকলক শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয় খনত এক সুন্দৰ পৰিবেশ তৈয়াৰ কৰাত সহায় কৰিবলৈ আহ্বান জনাই শিক্ষকদ্বয়ে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

June 18, 2026 3:33 pm
মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

মেছিক সৰ্বকালৰ শ্ৰেষ্ঠ বুলি মানি লোৱাৰ সময় আহি পৰিছে! আলজেৰিয়াৰ বিৰুদ্ধে হেট্ৰিকৰ পাছতে ব্ৰাজিলৰ কিংবদন্তি ৰোনাল্ডোৰ ডাঙৰ মন্তব্য

June 18, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd