• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুম্বাইত টাটাৰ শিক্ষা প্ৰতিষ্ঠানত বিবিচিৰ মোডী তথ্যচিত্ৰ প্ৰদৰ্শন! ক্ষুব্ধ বিজেপি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 29, 2023 9:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশাসন আৰু শাসকীয় দলে সাৱধান কৰি দিয়াৰ অভিযোগ কৰা হৈছিল। কিন্তু তাক উপেক্ষা কৰি টাটা ইনষ্টিটিউট অফ ছ’চিয়েল ছায়েন্সত (টিআইএছএছ) শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গুজৰাট সংঘৰ্ষৰ ওপৰত বিবিচিৰ তথ্যচিত্ৰ ‘ইণ্ডিয়া: দ্য মোডী কোৱেশ্বন’ চাইছিল।

ইয়াৰ ফলত শনিবাৰে নিশা প্ৰতিষ্ঠানটোৰ চৌহদৰ বাহিৰত উত্তেজনাৰ সৃষ্টি হয়। যেতিয়া শিক্ষাৰ্থীসকলে চৌহদৰ ভিতৰত তেওঁলোকৰ মোবাইল ফোন আৰু লেপটপত তথ্যচিত্ৰখন চাবলৈ তৎপৰতা গ্ৰহণ কৰিছিল, সংঘৰ ছাত্ৰ শাখা এবিভিপি আৰু বিজেপিৰ যুৱ শাখা বিজেৱাইএমৰ সদস্যসকলে বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আৰক্ষীয়ে তেওঁলোকক আশ্বাস দিছিল যে শিক্ষাৰ্থীসকলক চৌহদৰ ভিতৰত ডাঙৰ পৰ্দাত তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া নহয়। অৱশেষত প্ৰতিবাদকাৰীসকল শান্ত হয়।

Apply Now

ইপিনে, মহাৰাষ্ট্ৰৰ এগৰাকী মন্ত্ৰী তথা মুম্বাইৰ বিজেপি নেতাই ঘটনাটোত ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ টুইটত লিখিছে, “টাটা ইনষ্টিটিউট অফ ছ’চিয়েল ছায়েন্স (টিআইএছএছ)য়ে বিবিচিৰ মিছা তথ্যচিত্ৰ দেখুৱাই মুম্বাই আৰু মহাৰাষ্ট্ৰত আইন-শৃংখলা বিঘ্নিত কৰিবলৈ চেষ্টা কৰি আছে। আৰক্ষীয়ে লগে লগে ইয়াক নিষিদ্ধ কৰা উচিত। নহ’লে আমি যি ব্যৱস্থা গ্ৰহণ কৰা উচিত, সেইটোৱে কৰিম! টিআইএছএছ-ৰ এই ব্যৱসায় বন্ধ কৰা উচিত!”

উল্লেখ্য যে এক ঘণ্টাৰ তথ্যচিত্ৰখনত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দুই দশক পূৰ্বে সংঘটিত গোধ্ৰা কাণ্ড আৰু সাম্প্ৰদায়িক হিংসাৰ ওপৰত আলোকপাত কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিৰে পৰা ‘ভাৰত: মোডী কোৱেশ্বন’ৰ ওপৰত আপত্তি কৰি আহিছে। ইয়াক ‘অপপ্ৰচাৰ’ বুলি অভিহিত কৰি তথ্যচিত্ৰখন ঔপনিৱেশিক মানসিকতাৰ পৰা নিৰ্মাণ কৰা হৈছিল বুলি দাবী কৰা হৈছে।

আনহাতে, বিবিচিয়ে দাবী কৰে যে তথ্যচিত্ৰখন যথেষ্ট গৱেষণাৰ পিছত নিৰ্মাণ কৰা হৈছে। যোৱা দেওবাৰে, কেন্দ্ৰই ইউটিউব আৰু টুইটাৰক সামাজিক মাধ্যমৰ পৰা বিবিচিৰ তথ্যচিত্ৰৰ লিংক আঁতৰাবলৈ নিৰ্দেশ দিছিল। বিৰোধী নেতাসকলে ইয়াক “চেঞ্চৰশ্বিপ” বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd