• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

CAB : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখ্য মন্ত্ৰীকে ধৰি বিজেপি নেতাৰ প্ৰৱেশ নিষেধ

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , December 2, 2019 10:08 pm

1 min read

CAB : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখ্য মন্ত্ৰীকে ধৰি বিজেপি নেতাৰ প্ৰৱেশ নিষেধ

ফটো নৰ্থ-ইষ্ট নাও

2.8k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেকৰ প্ৰতিবাদত ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি আন বিজেপি নেতাৰ বিশ্ববিদ্যালয় কেম্পাছত প্ৰৱেশ নিষেধ কৰিছে।

আজি কেবৰ প্ৰতিবাদত ছাত্ৰ একতা সভাই ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ পৰা এক প্ৰতিবাদী চাইকেল ৰেলী বাহিৰ কৰে।

নাগৰিকত্ব বিধেয়ক অসমৰ মানুহৰ স্বাৰ্থৰ পৰিপন্থী বুলি উল্লেখ কৰি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে কয়, ‘ আমি মুখ্য মন্ত্ৰী সোণোৱাল, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাচা, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আৰু আন বিজেপি বিধায়কসকলৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষেধ কৰিছো।‘

‘কাৰণ তেওঁলোকে অসমৰ মানুহক প্ৰতাৰণা কৰিছে।‘ তেওঁ লগতে কয়।

অসমৰ ছাত্ৰ সমাজক কেবৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ মাত মাতিবলৈ আহ্বান জনাই তেওঁ অৰু কয়, ‘যদি এই বিধেয়ক গৃহিত হয় তেতিয়া ই অসমৰ মানুহৰ বাবে এক মৰণফান্দ হ’ব।‘

‘আমি এই বিধেয়কক নামানো কাৰণ ই অসম বিৰোধী আৰু ই অসমৰ খিলঞ্জীয়া লোকৰ পৰা অধিকাৰ কাঢ়ি নিব। বিধেয়কৰ সমৰ্থন কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ৰাইজক প্ৰতাৰণা কৰিলে।‘ আন এজন প্ৰতিবাদকাৰীয়ে কয়।

Recent News

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত মায়ঙৰ ৩৫৯ টা গোটলৈ ৫০,০০০ কৈ টকা

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, ঈশান্ত শৰ্মাৰ প্ৰত্যাৱৰ্তন

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd