• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘শিক্ষানুষ্ঠানৰ ভুলৰ বাবে শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে’, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “এইবোৰ কিছুমান উদাহৰণ যিয়ে দেখুৱাইছে যে পিছপৰা সম্প্ৰদায়ত আত্মহত্যা সাধাৰণ হৈ পৰিছে। এই সংখ্যাবোৰ কেৱল পৰিসংখ্যা নহয়। এইবোৰে কেতিয়াবা শতিকাজোৰা সংগ্ৰামৰ কাহিনীও কয়। মই বিশ্বাস কৰোঁ যে যদি আমি এই সমস্যাটো সমাধান কৰিব বিচাৰো তেন্তে প্ৰথম পদক্ষেপটো হ’ল সমস্যাটো স্বীকাৰ কৰা আৰু চিনাক্ত কৰা।”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2023 6:30 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ অভিযোগৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

শনিবাৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে শিক্ষাৰ্থীয়ে নিজৰ প্ৰাণ কাঢ়ি ল’বলৈ বাধ্য হোৱাত প্ৰতিষ্ঠানসমূহৰ দোষ ত্ৰুটি আছে।

Apply Now

শেহতীয়াকৈ মুম্বাইস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি(আইআইটি-বম্বে)ত এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ প্ৰসংগত তেওঁ কয়ে যে শিক্ষানুষ্ঠানসমূহে কিবা নহয় কিবা ভুল কৰিছে যাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰাণ কাঢ়ি ল’বলৈ বাধ্য হৈছে। আই আই টি বম্বেত দলিত ছাত্ৰগৰাকীৰ আত্মহত্যাৰ প্ৰসংগ আনি মুখ্য ন্যয়াধীশগৰাকীয়ে যে পিছপৰা শ্ৰেণীৰ লোকৰ আত্মহত্যাৰ ঘটনা এতিয়া সুলভ হৈ পৰিছে।

ইয়াত ‘দ্য নেচনেল একাডেমী অৱ লিগেল ষ্টাডিজ এণ্ড ৰিচাৰ্চ’ (নালছাৰ)ত সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয়, সামাজিক পৰিৱৰ্তনৰ বাবে ন্যায়ালয়ৰ ভিতৰ আৰু বাহিৰত সমাজৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত ন্যায়াধীশসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

তেওঁ কয়, “শেহতীয়াকৈ মই আই আই টি বম্বেত এজন দলিত ছাত্ৰৰ আত্মহত্যাৰ কথা পঢ়িছিলোঁ। ই মোক যোৱা বছৰ ওড়িশাৰ নেশ্যনেল ল ইউনিভাৰ্চিটিৰ এজন জনজাতীয় ছাত্ৰৰ আত্মহত্যাৰ কথা মনত পেলাই দিলে।” মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয়, “এই ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। কিন্তু মই এইটোও ভাবিছোঁ যে আমাৰ শিক্ষানুষ্ঠানসমূহে ক’ত ভুল কৰিছে যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বহুমূলীয়া জীৱন শেষ কৰিবলৈ বাধ্য হৈছে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “এইবোৰ কিছুমান উদাহৰণ যিয়ে দেখুৱাইছে যে পিছপৰা সম্প্ৰদায়ত আত্মহত্যা সাধাৰণ হৈ পৰিছে। এই সংখ্যাবোৰ কেৱল পৰিসংখ্যা নহয়। এইবোৰে কেতিয়াবা শতিকাজোৰা সংগ্ৰামৰ কাহিনীও কয়। মই বিশ্বাস কৰোঁ যে যদি আমি এই সমস্যাটো সমাধান কৰিব বিচাৰো তেন্তে প্ৰথম পদক্ষেপটো হ’ল সমস্যাটো স্বীকাৰ কৰা আৰু চিনাক্ত কৰা।”

তেওঁ আৰু কয় যে তেওঁ অধিবক্তাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে আৰু সমানেই গুৰুত্বপূৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে শিক্ষাৰ পাঠ্যক্ৰমে কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজত মমতাৰ ভাব জগাই তোলা উচিত নহয়, শৈক্ষিক পণ্ডিতসকলেও তেওঁলোকৰ চিন্তাৰ প্ৰতি সংবেদনশীল হ’ব লাগে।

তেওঁ কয়, “মই ভাবো যে বৈষম্যৰ বিষয়টো শিক্ষানুষ্ঠানসমূহত সহানুভূতিৰ অভাৱৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।” ন্যায়িক আৰু প্ৰশাসনিক কাম-কাজৰ বাহিৰেও ভাৰতৰ মুখ্য ন্যায়াধীশৰ কাম হৈছে গাঁথনিগত বিষয়সমূহৰ ওপৰত পোহৰ পেলোৱা যে যিসকল সমাজৰ সন্মুখত আছে। তেওঁ কয়, “সেয়েহে প্ৰথম পদক্ষেপ হ’ব লাগে সহানুভূতি বৃদ্ধি কৰা। শিক্ষানুষ্ঠানসমূহে এই পদক্ষেপ গ্ৰহণ কৰিব লাগে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd