DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বাঢ়নী পানীত উটি গ’ল বিদ্যালয়; মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 2, 2019 8:49 pm
কোকৰাঝাৰত বাঢ়নী পানীত উটি গ’ল বিদ্যালয়; মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ
323
VIEWS
Share on FacebookShare on Twitter

 গ্ৰীষ্ম বন্ধৰ পিছতে আৰম্ভ হোৱা পাঠদানৰ সময়তে কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত ফালুগুৰী নয়াপাৰা প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে।

উল্লেখযোগ্য যে বিদ্যালয়খন যোৱা ২৩ জুলাইত গংগীয়া নদীৰ ভয়াৱহ বাঢ়নী পানীয়ে উটুৱাই নিয়ে। ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান কাৰ্যত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।

২০০৯ চনত স্থাপিত বিদ্যালয়খনত প্রধান শিক্ষক তফোজ্জল আলী আৰু টে’ট শিক্ষক নুৰ জামালে ৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰায়। বৰ্তমান বিদ্যালয়খন বাঢ়নী পানীয়ে উটুৱাই নিয়াত শিক্ষক দুজনে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান দিয়া কাৰ্যত ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগীয়া হৈছে।

প্ৰধান শিক্ষক তফোজ্জুল আলী মণ্ডলে কয় যে বানপানীয়ে বিদ্যালয়খন উটুৱাই নিয়াৰ পিছত গোসাঁইগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এই সন্দৰ্ভত অৱগত কৰোৱা হৈছে আৰু শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে।

স্থানীয় গাঁওবাসীয়েও অসম চৰকাৰ তথা শিক্ষা বিভাগক অতি শীঘ্ৰে বিদ্যালয়খন মেৰামতি কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবলৈ দাবী জনায়।

Recent News

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd