DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

হিজাব গ’ল, এইবাৰ বোৰ্খা! বোৰ্খা পৰিধান কৰি নৃত্য পৰিৱেশন কৰাৰ বাবে চাৰি শিক্ষাৰ্থীক নিলম্বন কৰ্ণাটক মহাবিদ্যালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2022 12:57 pm
Students Dancing In Burqa
121
VIEWS
Share on FacebookShare on Twitter

হিজাব বিতৰ্কই যোৱা কেইমাহমান সমগ্ৰ দেশকে জোকাৰি যোৱাৰ এইবাৰ কৰ্ণাটকত পুনৰ সমুখলৈ আহিছে আন এক পোচাক বিতৰ্ক। হিজাবৰ পৰিৱৰ্তে এইবাৰ বিতৰ্কৰ আধাৰ হৈছে বোৰ্খা।

ৰাজ্যখনৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ে এক অনুষ্ঠানত বোৰ্খা পৰিধান কৰি নৃত্য কৰাৰ বাবে চাৰিগৰাকী শিক্ষাৰ্থীক নিলম্বন কৰিছে।

সম্প্ৰতি ভাইৰেল হৈ পৰা অনুষ্ঠানটোৰ এটা ভিডিঅ’ত চাৰিওগৰাকী শিক্ষাৰ্থীয়ে মঞ্চত বলীউডৰ এটা জনপ্ৰিয় গীতত নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু দৰ্শকে হাত চাপৰি বজাই তেওঁলোকক উৎসাহিত কৰিছে। বুধবাৰে মহাবিদ্যালয়খনত এই অনুষ্ঠান অনুষ্ঠিত হৈছিল।

মাংগালুৰুৰ ছেইণ্ট জোচেফ ইঞ্জিনিয়াৰিং কলেজত আয়োজিত অনুষ্ঠানটোৰ এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত কলেজখনৰ অধ্যক্ষই শিক্ষাৰ্থী কেইগৰাকীক নিলম্বন কৰি তদন্তৰ নিৰ্দেশ দিয়ে।

মহাবিদ্যালয়খনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ এক অনানুষ্ঠানিক অংশৰ সময়ত মুছলমান ধৰ্মীয় শিক্ষাৰ্থীসকলে মঞ্চত এই নৃত্য পৰিৱেশন কৰিছিল বুলি উল্লেখ কৰিছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে এই নৃত্য অনুমোদিত কাৰ্যসূচীৰ অংশ নাছিল আৰু তদন্তৰ আওতালৈ অহা শিক্ষাৰ্থীসকলক নিলম্বন কৰা হৈছে।

মহাবিদ্যালয়খনে সম্প্ৰদায় তথা জনসাধাৰণৰ মাজত সমন্বয়ৰ ক্ষতি কৰিব পৰা কোনো কামক সমৰ্থন বা সহ্য নকৰে বুলি বিবৃতিটোত উল্লেখ কৰে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd