• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অভিযোগ-প্ৰতি অভিযোগত জৰ্জৰিত এখন বিদ্যালয়

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
August 10, 2022 4:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৬ আগষ্টত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত মৃত্যুক আঁকোৱালি লৈছিল এগৰাকী ছাত্ৰীয়ে।
গুৱাহাটীৰ নিকলছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল স্নিগ্ধাশিখা দাস।

ছাত্ৰীগৰাকীৰ পিতৃ সহদেব দাসৰ অভিযোগ অনুসৰি “বিদ্যালয়খৰ অধ্যক্ষ টিনজানেম মানচুঙে প্ৰখৰ ৰ’দত বিদ্যালয়খনৰ পিছফালৰ ফিল্ডত কোনো ছাঁ নোহোৱা ঠাইত প্ৰায় এঘন্টা‌ ঠিয় কৰাই প্ৰাৰ্থনাৰ লগতে শোকসভা কৰে। প্ৰখৰ ৰ’দৰ বাবে অসুস্থ হৈ কেইবাজনো মাটিত ঢলি পৰে যদিও বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰী সকলৰ অবস্থাৰ ওপৰত গুৰুত্ব নিদি কাৰ্য্যসূচী অব্যাহত ৰাখিলে। ৰ’দত ঢলি পৰা ছাত্ৰ ছাত্ৰী সকল কোনো চিকিৎসা ব্যবস্থা বা অভিভাৱকক খবৰ নকৰি মুৰত অলপ পানী ছটিয়াই পুনৰ ক্লাচ কৰায় ৩/৪ টা ক্লাচ কৰি ঘৰলৈ পঠিয়াই দিয়ে”।

Apply Now

স্নিদ্ধা শিখা দাস ৰ’দত ভাবে ভীষণ ভাবে অসুস্থ হৈ পৰিছিল তাত পৰি মুৰত আঘাত পায় আৰু ৰ’দত গৰম সহ্য কৰিব নোৱাৰি গাড়ীত আৰু ঘৰত বমি কৰে বুলি অভিযোগ তুলি পিতৃয়ে কয় “আমি প্ৰথম মাৰোৱাৰী হাস্পতাললৈ লৈ গৈ পিছলৈ GMCHত লৈ আহো । আচৰিত কথা যে স্কুল কতৃপক্ষ, অধ্যক্ষ,শিক্ষক শিক্ষয়িত্ৰীয়ে সকলো জানিও চিকিৎসা বা অভিভাৱকক খবৰ নিদিলে। ঘুৰি আহি বাছৰ পৰা নামি বমি কৰে আৰু সংজ্ঞাহীন হৈ পৰে লগে লগে মেডিকেল নিও যদিও তাতেই তেজ বমি কৰে আৰু ভেনটিলেচনত নিয়ে আৰু সকলো সমাপ্ত হয়”।


ইপিনে, এই অভিযোগ নসাৎ কৰি বিদ্যালয় কতৃপক্ষই ৰাজহুৱা কৰিলে ৪আগষ্টৰ দিনৰ বিদ্যালয়ৰ পৰা ঘৰলৈ কনমানি কনমানি গৰাকী উভতি যোৱা স্কুল বাছৰ চিচি টিভি ভিজুৱেল ৷

বিদ্যালয় কৰ্তৃপক্ষৰ মতে কেৱল ১৫ মিনিটৰ বাবে অনুষ্ঠিত কৰা শোক সভাত এজন ছাত্ৰ ঢলি পৰিছিল যদিও পৰৱতী সময়ত সূস্হ হৈ উঠে ছাত্ৰ জন ৷

ইয়াৰোপৰি, আজি বিদ্যালয়খনৰ অধ্যক্ষই পুৱাৰ ভাগত সংবাদমেল পাতি ছাত্ৰীগৰাকীৰ পিতৃৰ অভিযোগ নস্যাত্ কৰি কয় “ছাত্ৰী গৰাকীপ্ৰথমে ৪ বাজি ২১ মিনিটত মাৰোৱাৰী হস্পিতাললৈ নিয়া হৈছিল, তাৰ পিছত জি এম চি এইচলৈ নিয়া হয় নিশা ৮.৪৫ বজাত। চিকিৎসকে জনোৱা মতে ব্ৰেইন হিম’ৰাইজৰ বাবে মৃত্যু হৈছে সিগ্ধা শিখা দাসৰ”।

সেইদিনা প্ৰাৰ্থনাৰ সময়ত ছাত্ৰীগৰাকী ঢলি পৰাটো মিছা কথা বুলি দাবী কৰে বিদ্যালয় কতৃপক্ষই।
অধ্যক্ষই লগতে কয় “ঘৰলৈ বাছত গৈছিল ছাত্ৰীগৰাকী। বিদ্যালয়ত ছাত্ৰী গৰাকী অসুস্থ হোৱা নাই। ৪ আগষ্টৰ দিনা ছাত্ৰীগৰাকী ১২.১৫ ত বাছৰ পৰা নামিছে ঘৰ পাইগৈ প্ৰায় ১২.২০বজাত।

ইপিনে, ছাত্ৰীগৰাকীৰ পিতৃয়ে আইনী যুজ কৰিলে বিদ্যালয় কতৃপক্ষ কৰিবলৈ সাজু বুলি দাবী কৰে।

উল্লেখযোগ্য যে, স্নিগ্ধাৰ মৃত্যুৰ বাবে পিতৃয়ে বিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া কৰি মূখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীলৈ পত্ৰ লিখাৰ সমান্তৰালকৈ বিদ্যালয় কতৃপক্ষৰ বিৰুদ্ধে ফটাশিল আমবাৰী থানাত দাখিল কৰিলে এজাহাৰো ৷

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd