• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান,কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
July 21, 2022 2:52 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত তথা বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বঙাইগাঁও মহাবিদ্যালয় আছু গোটৰ সহযোগত বঙাইগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷

অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰী সকলক জিলা ছাত্ৰ সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ জিলা খনৰ মুঠ ১৪২ গৰাকী কৃতিমানক এই অনুষ্ঠানত গামোচা মানপত্ৰ আৰু গছপুলিৰে সম্বৰ্ধনা জনোৱা হয় ৷

Apply Now

জিলা আছুৰ সভাপতি যিনোদ নাথৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিপাংক কুমাৰ নাথ, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীনেশ দাস, আছুৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা উপস্থিত থাকি জীৱনত সফলতা আহৰণৰ বাবে তথা নিজকে এজন সু নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত কৃতিমানসকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷

লগতে শিক্ষা গ্ৰহণৰ বাবে শিক্ষানুষ্ঠান বাচনি কৰাৰ ক্ষেত্ৰত সকলো দিশ চালি জাৰি চোৱাৰ লগতে বৰ্তমান সময়ত কিদৰে আগবাঢ়িলে সফল হ’ব পাৰি সেই বিষয়ে বিজ্ঞজনৰ সুপৰামৰ্শ লৈ আগবাঢ়িবলৈকো আহ্বান জনায় যাতে পিচত সমস্যাৰ সৃষ্টি নহয় ৷ উল্লেখ্য যে জিলা আছুৰ শিক্ষা সম্পাদক কংকন বায়নে আঁতধৰা তথা আদৰণি ভাষণ ৰখা অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিলোৎপল চক্ৰৱৰ্তী আদিও উপস্থিত থাকে ৷

অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থানপ্ৰাপ্ত অনুভৱ কপিল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত দশম স্থান লাভ কৰা অনন্যা সূত্ৰধৰৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা ছাত্ৰ – ছাত্ৰীসকলক অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে সম্বৰ্ধনা জনায় ৷ আনহাতে হাইমাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা মোস্তাক আহমেদৰ হৈ পিতৃয়ে সম্বৰ্ধনা গ্ৰহণ কৰে ৷ ইপিনে অনুষ্ঠানত উপস্থিত থকা আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত কয় যে আছুৰ তৰফৰ পৰা মেধাবী ছাত্ৰ- ছাত্ৰী সকলক প্ৰতি বছৰে এনেদৰে সম্বৰ্ধনা জনাই অহা হৈছে ৷ ইয়াৰ মূলতে হ’ল ছাত্ৰ ছাত্ৰী সকলে যাতে ভৱিষ্যতত ভাল নাগৰিক হ’ব পাৰে লগতে পৰৱৰ্তী পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ- ছাত্ৰীসকলে যাতে উৎসাহ পায় তাৰ বাবে এই অনুষ্ঠান ৰূপায়ণ কৰা হয় ৷ অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ – ছাত্ৰীসকলে শিক্ষাগ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ মুৰব্বীসকলোকো সম্বৰ্ধনা জনোৱা হয় ৷

শিল্পী জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ

 চিকিৎসাধীন হৈ থকা অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিছে আছুৱে ৷ বুধবাৰে বঙাইগাঁৱত জিলা আছুই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থকা আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত অসমৰ স্বনামধন্য তথা আটাইৰে আদৰৰ আৰু মৰমৰ শিল্পী জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি সোনকালে সুস্থ হৈ উঠাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

লগতে পূৰ্বৰদৰে জনপ্ৰিয় গীত আৰু যিবোৰ ব্যক্তিত্বসম্পন্ন বিষয় সেইবোৰ তেওঁ সময়ে সময়ে আমাক প্ৰকাশ কৰি আমাৰ মাজত সংগ্ৰামী চেতনা পুনৰ জগাই তোলাক ৷ আমি মৰ্মাহত হৈছো তেওঁৰ এই ঘটনাত ৷ উল্লেখ্য যে শিল্পীগৰাকী বাথৰূমত পিচলি পৰি মূৰত আঘাত পোৱাৰ ফলত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd