• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“কেব”ৰ বিৰোধিতাত ABVP-ৰ পৰা পদত্যাগ অসমৰ ছাত্ৰ-ছাত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2019 10:59 pm
ABVP Assam Students
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত এ বি ভি পিয়ে গুৱাহাটীৰ ৰাজপথত সমদল উলিওৱাৰ এদিন পিছতে বিধেয়কখনৰ বিৰোধিতা কৰি দিল্লীত গেৰুৱা ছাত্ৰ সংগঠনটো ত্যাগ কৰিছে অসমৰ ১২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।

আজি দিল্লীত তেওঁলোকে নিজৰ এই সিদ্ধান্তটো ৰাজহুৱা কৰাৰ লগতে হাতত প্লেকাৰ্ড লৈ কেবৰ বিৰোধিতাৰে থিয় হয়। এওঁলোক আটাইকেইজন এ বি ভি পিৰ উত্তৰ-পূব শাখাৰ দায়িত্বত আছিল।

Apply Now

গেৰুৱা বাহিনীৰ ছাত্ৰ সংগঠনটো ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীসকল হ’ল ক্ৰমে- চেইখ ৰেইছা তব্বচুম ,সাধাৰণ সম্পাদক, লীজা গগৈ, যুটীয়া সম্পাদক, বিষ্ণুপৰ্ণ দত্ত, যুটীয়া সম্পাদক, নিয়ৰ শৰ্মা, সভাপতি ষ্টুডেণ্ট ৱেলফেয়াৰ, তন্ময় ডেকা, বিত্ত বিভাগৰ সভাপতি, তন্ময় মহন্ত, সাধাৰণ সম্পাদক, ষ্টুডেণ্ট ৱেলফেয়াৰ, সৃষ্টি দে’, সাংস্কৃতিক সভাপতি, ৰিয়ান দত্ত, সাংস্কৃতিক সম্পাদক, শ্ৰদ্ধা সুমন চহৰীয়া, সভাপতি, ষ্টুডেণ্ট ৱেলফেয়াৰ, সাহিল আহমেদ, লিটাৰেৰি সভাপতি, অদিতি, সমন্বয়ক, অনন্যা দত্ত, ছচিয়েল মিডিয়া হেড।

জানিব পৰামতে, নেতৃত্বই তেওঁলোকক ধৰি ৰখাৰ বহু চেষ্টা কৰিছিল যদিও কেবৰ বিৰোধিতাত অটল থাকে আৰু সংগঠনটো ত্যাগ কৰে।

“অসমত যেতিয়া ABVP-এ বিধেয়কখনৰ সমৰ্থনত সমদল বাহিৰ কৰে তেতিয়া আমি লজ্জিত হওঁ। ইয়াৰ পিছতে সংগঠনটোৰ নেতৃত্বৰ সৈতে যুক্তি-তৰ্ক কৰি কেবৰ বিৰোধিতাত পদত্যাগ কৰাৰ সিদ্ধান্ত লওঁ”, ইনছাইড এন ই নামৰ সংবাদ প্ৰতিষ্ঠানটোত সাধাৰণ সম্পাদক চেইখ ৰেইছাৰ উদ্ধৃতি।

জানিব পৰামতে, গৰিষ্ঠ সংখ্যক ওলাই অহাৰ পিছত এতিয়া সংগঠনটোৰ উত্তৰ-পূব কোষটোত মাত্ৰ ৫জনহে বাকী ৰৈছেগৈ। উত্তৰ-পূবৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবে প্ৰথমবাৰৰ বাবে এই কোষটো গঠন কৰা হৈছিল।

উল্লেখ কৰিব পাৰি যে বিধেয়কখনক সমৰ্থন জনাই ৭ ডিচেম্বৰত এ বি ভি পিৰ অসম শাখাই নিৰাপত্তা বেষ্টনীৰ মাজেৰে গুৱাহাটীত সমদল উলিয়াইছিল।

অসমত বিধেয়কখনৰ প্ৰতিবাদ তীব্ৰ গতিত চলি থকা সত্ত্বেও কাইলৈ ইয়াক লোকসভাত উত্থাপন কৰাৰ কথা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd