• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুকলমে স্বগৃহলৈ উভতি আহিল ইউক্ৰেইনত আৱদ্ধ অসমৰ দহগৰাকী শিক্ষাৰ্থী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
February 27, 2022 6:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা আহি মুম্বাই আৰু নতুন দিল্লীত পৃথক বিমানেৰে অৱতৰণ কৰিলে অসমৰ কমেও দহজন শিক্ষাৰ্থীয়ে। অসমৰ শিক্ষাৰ্থী কেইগৰাকীয়ে  যোৱানিশা মুম্বাই আৰু দিল্লীত অৱতৰণ কৰাৰ পিছতে আজি তেওঁলোকে মাতৃভূমি অসম আহি পায়হি।

মুম্বাইত অসম ভৱনৰ বিষয়াসকলে ইউক্ৰেইনৰ পৰা আহি ভাৰতত উপস্থিত হোৱা শিক্ষাৰ্থীসকলক আদৰণি জনায়।
অসমৰ শিক্ষাৰ্থী কেইগৰাকীক গুৱাহাটীলৈ বিনামূলীয়া ভ্ৰমণৰ সকলো ব্যৱস্থা অসম চৰকাৰৰ তৰফৰ পৰা কৰা হৈছে।
অসমৰ দুই ছাত্ৰী ক্ৰমে তন্ময়ী পৰাশৰ আৰু চিয়া দাসে আজি গুৱাহাটীত আহি উপস্থিত হৈছে৷

Apply Now

গুৱাহাটীৰ বাসিন্দা দুয়োগৰাকী ছাত্ৰীয়ে ইউক্ৰেইনৰ পৰা ২৬ ফেব্ৰুৱাৰীৰ নিশা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে মুম্বাইত উপস্থিত হৈছিল। তেওঁলোকক অসম ভৱনৰ বিষয়াসকলে আদৰণি জনায় আৰু গুৱাহাটীলৈ বিনামূলীয়া ভ্ৰমণৰ ব্যৱস্থা কৰি দিয়ে।

ছাত্ৰীদুগৰাকীয়ে আজি পুৱা মুম্বাইৰ পৰা ইণ্ডিগো বিমানেৰে আহি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে। আনহাতে, কামৰূপ জিলাৰ শুৱালকুছিৰ হিমাশ্ৰী কাকতি আৰু গুৱাহাটীৰ মালিগাঁৱৰ ডেইজী বসুমতাৰীয়েও সুৰক্ষিত ভাবে নিজৰ ঘৰ আহি পাইছে।

তেওঁলোকে যোৱা নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে দিল্লী পাইছিল ।

ইফালে, ইউক্ৰেইনৰ বুকোভিনিয়ান ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা অসমৰ বিশ্বনাথ চাৰিআলিৰ গহপুৰৰ অনুৰাগ ভূঞা আৰু গুৱাহাটীৰ কৃতিকাই দেওবাৰে পুৱা ৩:১৫ বজাত দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁলোকক অসম ভৱনৰ বিষয়াসকলে মাতৃভূমিলৈ প্ৰেৰণৰ দিহা কৰে।

অসমলৈ সুকলমে উভতি অহা শিক্ষাৰ্থীসকল হৈছে ক্ৰমে তন্ময়ী পৰাশৰ, চিয়া দাস, ডেইজী বসুমতাৰী ,কৃতিকা বসন্ত (গুৱাহাটী), অনুৰাগ ভূঞা (গহপুৰ) হিমাশ্ৰী কাকতি (শুৱালকুছি),নগাঁৱৰ সমন্বয় কুমাৰ শৰ্মা,নলবাৰীৰ অংশুমান শৰ্মা, ৩ )কামাখ্যা ধামৰ গুণজিৎ কাশ্যপ আৰু নগাঁৱৰ সজন হাজৰিকা।

 উল্লেখ্য এয়াৰ ইণ্ডিয়াৰ প্ৰথম খন বিমানে ২১৯ জন যাত্ৰী কঢ়িয়াই আনিছিল। বিমান খনত বেছিভাগ যাত্ৰীয়েই আছিল ছাত্ৰ-ছাত্ৰী । ইয়াৰোপৰি ২৫০ আৰু ২৪০ জন যাত্ৰী কঢ়িয়াই অনা দ্বিতীয় তথা  তৃতীয় বিমান দুখনেও দেওবাৰে দিল্লীত উপস্থিত অৱতৰণ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd