• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ইম্ফলৰ চিকিৎসা মহাবিদ্যালয়ত বৈষম্যৰ বলি অস্থানীয় শিক্ষাৰ্থী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2024 4:34 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত অস্থানীয় ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ব্যাপক বৈষম্যৰ অভিযোগ উত্থাপন হৈছে।

সূত্ৰ অনুসৰি মণিপুৰৰ উপত্যকা অঞ্চলৰ বাহিৰৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে কলেজ কৰ্তৃপক্ষৰ পক্ষপাতিত্বমূলক আচৰণ আৰু ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে। 

Apply Now

নাম প্ৰকাশত অনিচ্ছুক একাংশ ছাত্ৰ-ছাত্ৰীয়ে দাবী কৰে যে ৰাজ্যৰ বাহিৰৰ বা আন অঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলৰ লগত মহাবিদ্যালয় কৰ্তৃপক্ষই অন্যায় আচৰণ কৰে।

ব্যৱহাৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি আভ্যন্তৰীণ মূল্যায়নলৈকে সকলোতে বৈষম্যৰ বলি হয় অস্থানীয় ছাত্ৰ-ছাত্ৰীসকল। 

বিশেষকৈ অণুজীৱবিজ্ঞান, শৰীৰবিজ্ঞান, ৰোগবিজ্ঞান আদি বিষয়ত কৰ্তৃপক্ষই পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী ছাত্ৰ-ছাত্ৰী সকলে।

পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি অসমৰ এগৰাকী ছাত্ৰই উপত্যকা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু অন্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰীক্ষাৰ ফলাফলৰ বৈষম্যৰ ওপৰত আলোকপাত কৰে। এই বৈষম্যৰ বিৰুদ্ধে ভুক্তভোগী শিক্ষাৰ্থী সকলে প্ৰতিবাদ কৰাৰ কথা চিন্তা কৰিছে বুলিও ছাত্ৰ জনে উল্লেখ কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ মণিপুৰৰ কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত হোৱা জাতিগত হিংসাই অস্থানীয় ছাত্ৰ-ছাত্ৰীৰ দুৰ্দশা আৰু অধিক ভয়াৱহ কৰি তুলিছে। যোৱা বছৰৰ মে’ মাহৰ পৰা হোৱা সংঘাতৰ ফলত স্থানচ্যুত হোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীত উপস্থিত থাকিব বা পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাই, যাৰ ফলত তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিৰ যথেষ্ট প্ৰভাৱ পৰিছে। 

এজন ছাত্ৰই আঙুলিয়াই দিয়ে যে মেইটেই প্ৰধান উপত্যকা জিলা ইম্ফলত অৱস্থিত চিকিৎসা মহাবিদ্যালয়খনে কুকি সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত অসমতাপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰিছে।

উল্লেখ্য যে মেইটেইসকলে মূলতঃ উপত্যকা জিলাসমূহত বাস কৰে যদিও পাহাৰবোৰ প্ৰধানকৈ কুকি আৰু নগা আদি জনগোষ্ঠীয়ে বসবাস কৰে। 

মণিপুৰৰ চিকিৎসা মহাবিদ্যালয়খনত কৰ্তৃপক্ষৰ অন্যায় ব্যৱহাৰৰ গুৰুতৰ অভিযোগৰ তদন্ত চলাইছে নৰ্থইষ্ট নাওৱে। আমাৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আমি এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰিম।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd