DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ বিশেষ জলপানি আঁচনিৰ ফলাফলত উজলিল শিৱসাগৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 24, 2019 10:42 pm
2k
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰীৰ বিশেষ জলপানি আঁচনি ২০১৮ বৰ্ষত উজলিল শিৱসাগৰ জিলা। এই আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ লিখিত পৰীক্ষাত শ্ৰেষ্ঠ ১১ জনৰ ভিতৰত ৫ গৰাকীয়েই শিৱসাগৰৰ শিক্ষাৰ্থী।

পঞ্চম শ্ৰেণীৰ প্ৰথম দুটা ৰেংকত স্থান লাভ কৰা ৪ জন শিক্ষাৰ্থীৰ ভিতৰত শিৱসাগৰৰ ২ গৰাকী ছাত্ৰীয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোক হৈছে লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ আইচেং গগৈ আৰু ১ নং টাউন প্ৰাঃ বিঃৰ নাচিমা চাহিন হুছেইন।

দুয়োগৰাকীয়ে ১০০ৰ ভিতৰত ৯৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে অষ্টম শ্ৰেণীত ১৫০ নম্বৰৰ ভিতৰত ১৩৯ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে কালুগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অনন্যা চুতীয়াই।

উল্লেখযোগ্য যে অষ্টম শ্ৰেণীত প্ৰথম দুটা ৰেংকত স্থান লাভ কৰা ৭ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত শিৱসাগৰৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে।

অনন্যা চুতীয়াৰ উপৰি স্থান লাভ কৰা বাকী দুগৰাকী শিক্ষাৰ্থী হৈছে দিলীহি ধাইআলি হাইস্কুলৰ ছাত্ৰী স্বৱনম বৰগোঁহাই আৰু বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাখী বুঢ়াগোঁহাই। তেওঁলোকে লাভ কৰা নম্বৰ হৈছে ১৩২।

ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে অসম চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছিল। পঞ্চম আৰু অষ্টম শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীয়ে এই আঁচনিত অংশগ্ৰহণ কৰিব পাৰে। প্ৰতি বছৰে ব্লক পৰ্যায়ত লিখিত পৰীক্ষা অনুষ্ঠিত হয়। জলপানি হিচাপে ৫ হাজাৰ টকা ( ৫ বছৰৰ ফিক্সড ডিপ’জিটৰ প্ৰমাণপত্ৰ) প্ৰদান কৰা হয়।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd