• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আইআইটি গুৱাহাটীত অনুষ্ঠিত ৰবটিকছ প্ৰতিযোগিতাত উজলিল ছিকিমৰ ছাত্ৰীৰ দল

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
September 4, 2018 9:33 pm
IMG-20180903-WA0011 (1)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গেংটকৰ পালজোৰ নামগ্যাল গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ( Paljor Namgyal Girls Senior Secondary School) অটল টিংকাৰিং লেবৰ (ATL) ছাত্ৰীসকলে আন্তৰ্জাতিক পৰ্যায়ৰ ৰবটিকছ প্ৰতিযোগিতা ৰবোজেষ্ট-২০১৮ত ( ROBOZEST 2018) তেওঁলোকৰ মেধাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাখন গুৱাহাটী আইআইটিত বাৰ্ষিকভাৱে অনুষ্ঠিত টেক-ফেষ্ট, টেকনিচিৰ এটা অংগ। যোৱা ১ ছেপ্টেম্বৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়।

পালজোৰ নামগ্যাল গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দুটা দলে মে’ড-ফ্ৰম-দ্য-স্ক্ৰেচ-ৰবটছেৰে গ্ৰেণ্ড ফিনালেত প্ৰৱেশ কৰে। এই প্ৰতিযোগিতাখন তীব্ৰ প্ৰতিদ্বন্দিতামূলক হৈ পৰাটো পৰিলক্ষিত হয়।

Apply Now

দলটোৰৰ এগৰাকী সদস্যই প্ৰস্তুত কৰা ৰবটৰ নক্সাটো বিজয়ী সাব্যস্ত হয়। প্ৰতিযোগিতাত উত্তীৰ্ণ কৰাৰ ক্ষেত্ৰত ৰবটৰ নক্সাৰ চাৰ্কিটৰ স্পষ্টতা আৰু নক্সাটো কিমান সুন্দৰ হৈছে তাকো বিচাৰ কৰা হৈছিল।

ছিকিমৰ ছাত্ৰীৰ দলে এইবাৰ প্ৰথমবাৰৰ বাবে ৰবটিকছ প্ৰতিযোগিতাত বিজয়ী হৈছে।

বিজয়ী দলটোত আছে সুপ্ৰিয়া শৰ্মা, সৃষ্টি তামাং, ভুমিকা শৰ্মা আৰু মেল’ডী সুনৱাৰ। তেওঁলোক আটাইকেইগৰাকী দ্বাদশ মানৰ বিজ্ঞান শাখাৰ ছাত্ৰী। একেদৰে গ্ৰেণ্ড ফিনালত উপনীত হোৱা পালজোৰ নামগ্যাল গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এটিএল দলটোৰ সদস্যসকল হৈছে সুলোচনা লামিচানে, দৰ্শনা চেত্ৰী, আৰতী লোহাৰ, বেবী ছুব্বা। তেওঁলোকো দ্বাদশ মানৰ বিজ্ঞান শাখাৰ ছাত্ৰী।

ছাত্ৰীসকলৰ সৈতে তেওঁলোকৰ শিক্ষাগুৰু আইভান ডোৰজি লেপছাও এই প্ৰতিযোগিতাত উপস্থিত আছিল। তেওঁ তেওঁ ছাত্ৰীসকলৰ কৃতকাৰ্যতাত আন্তৰিক আনন্দ প্ৰকাশ কৰে।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd