• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী দিল্লী, জৱাহৰলাল নেহৰু বিশ্ববিঃৰ শিক্ষাৰ্থীৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , January 9, 2019 9:34 pm

1 min read

download
772
VIEWS
Share on FacebookShare on Twitter

লোকসভাত নাগৰিকত্ব বিধেয়ক গৃহীত হোৱাৰ পাছত ৯ জানুৱাৰি বুধবাৰে দিল্লীৰ জন্তৰ মন্তৰত দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে।

লোকসভাত গৃহীত হোৱা এই বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে। এই সন্দৰ্ভত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী অৰ্পিতা দত্তই কৈছে, ‘‘আমি এই বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছোঁ। এই বিধেয়কখন অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ বিৰোধী।’’

অধ্যাপক পদ্মেশ্বৰ দলেই কৈছে, ‘‘এই ছাত্ৰ-ছাত্ৰীসকল উত্তৰ পূৰ্বাঞ্চলৰ। দৰাচলতে আমি এটা আন্দোলন গঢ়ি তুলিম য’ত সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰী এই বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হৈ ওলাই আহিব।’’

‘স্ক্ৰেপ চটিজেনশ্বিপ (এমেণ্ডমেণ্ট) বিল’ (scrap Citizenship (Amendment) Bil), ‘প্ৰটেক্ট আছাম’ (protect Assam) আদি লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদীসকলে ৩ ঘণ্টা পৰ্যন্ত মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Recent News

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd