• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

অনুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক বুলি প্ৰতিষ্ঠানটোৱে কয় যদিও বহু ছাত্ৰ-ছাত্ৰী উপস্থিত নাছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2026 12:56 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

118
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে বিজেপিয়ে চাকি প্ৰজ্বলন কাৰ্যসূচীৰ পৰিকল্পনা কৰিছিল, য’ত বিভিন্ন শিক্ষানুষ্ঠানেও অংশগ্ৰহণ কৰিছিল। আই আই এম জম্মুত ছাত্ৰ-ছাত্ৰীসকলকো কেম্পাছত চাকি প্ৰজ্বলন কাৰ্যসূচীত যোগদান কৰিবলৈ কোৱা হৈছিল।

অনুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক বুলি প্ৰতিষ্ঠানটোৱে কয় যদিও বহু ছাত্ৰ-ছাত্ৰী উপস্থিত নাছিল। আই আই এম জম্মুয়ে তেওঁলোকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি ৫০০ টকা জৰিমনা বিহাৰ সকীয়নি দি বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে।

Apply Now

আই আই এম জম্মু ছাত্ৰ পৰিষদে এক জাননী জাৰি কৰি কয় যে, ‘২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত কেম্পাছত চাকি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আছিল, তাৰ পিছতো যিসকলে অনুপস্থিত আছিল তেওঁলোকে ১৮ ছেপ্টেম্বৰৰ ভিতৰত কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ লিখিত কাৰণ দাখিল কৰিব লাগিব। একমাত্ৰ  চিকিৎসাৰ ভিত্তিত ৰেহাই দিয়া হ’ব পাৰে, কিন্তু তাৰ বাবে সঞ্জীৱনী (কেম্পাছ ডিচপেনচাৰী)ৰ পৰা আনুষ্ঠানিক পৰামৰ্শ আনিব লাগিব, য’ত উল্লেখ থাকিব লাগিব যে সংশ্লিষ্ট ছাত্ৰজনক সেই সময়ছোৱাত বেডৰেষ্টত থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল। ১৮ ছেপ্টেম্বৰৰ ভিতৰত কোনো ব্যাখ্যা নিদিলে ৫০০ টকা জৰিমনা বিহা হ’ব।’

এই জাননী ভাইৰেল হোৱাৰ লগে লগে আৰম্ভ হয় বিতৰ্ক। কংগ্ৰেছৰ জম্মু-কাশ্মীৰৰ প্ৰভাৰী চৈয়দ নাছিৰ হুছেইনে এক্স হেণ্ডেলত লিখিছে, ‘মোডীৰ জন্মদিন উদযাপনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি কিয় বাধ্যতামূলক কৰা হ’ব? আই আই এম জম্মু মোডীৰ প্ৰচাৰত ব্যস্ত নেকি? শিক্ষানুষ্ঠানসমূহে নিৰপেক্ষ, স্বতন্ত্ৰ চিন্তাধাৰাক উৎসাহিত কৰা উচিত। তাৰ সলনি কোনো ৰাজনৈতিক নেতাৰ অনুষ্ঠানলৈ আহিবলৈ ছাত্ৰ-ছাত্ৰী বাধ্য কৰা হৈছে, নহ’লে জৰিমনা ভৰিব লাগিব! এইটো গ্ৰহণযোগ্য নহয়।’

অৱশ্যে আই আই এম জম্মুৰ এগৰাকী মুখপাত্ৰই দাবী কৰে যে, “এনে পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজে ছাত্ৰ-ছাত্ৰীৰ বিকাশত সহায় কৰে। সেইবাবেই এই অনুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছিল। অৱশ্যে অনুপস্থিতিৰ বাবে কোনো জৰিমনা বিহা হোৱা নাই। বিষয়টোক অপ্ৰয়োজনীয়ভাৱে ৰাজনীতিকৰণ কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd