DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এবাৰ ল’লেই নহ’ব , প্ৰতি বছৰেই ল’ব লাগিব কোভিডৰ ভেকচিন ,আইচিএমআৰে দিলে ইংগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2020 3:39 pm
-covid-vaccine
600
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক কোভিডৰ ভেকচিন আবিষ্কাৰৰ বাবে ৰাতিক দিন চলিছে গৱেষণা।

আৰু হয়তো খুব কম দিনৰ ভিতৰতে বজাৰলৈ আহিব কোভিডৰ ভেকচিন।

আপাত দৃষ্টিত এই ভেকচিনৰ দামো হ’ব যথেষ্ট বেছি। যি কি নহওক,কিছুমান ৰোগৰ ভেকচিন বছৰত এবাৰ ল’লেই বহু বছৰলৈ আৰু তেনে ভেকচিন ল’ব নালাগে যদিও কোভিডৰ ভেকচিনৰ ক্ষেত্ৰত হয়তো কথাবোৰ অলপ বেলেগ হ’ব পাৰে।

তেনে ইংগিতেই দিলে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ মুৰব্বী ডাঃ বলৰাম ভাৰ্গৱে।

আজি ক’ৰ’ণাৰ সংক্ৰমণ সম্পৰ্কীয় পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি ভাৰ্গৱে কয় যে সাধাৰণ ফ্লু আৰু ইনফ্লুৱেঞ্জাৰ ভেকচিন প্ৰতি বছৰে ল’ব লাগে।

ক’ৰ’ণা ভাইৰাছো যিহেতু এক ধৰমৰ ফ্লু সেয়ে এই ভাইৰাছৰ ভেকচিনো হয়তো প্ৰতি বছৰে ল’ব লাগিব।

তেওঁ লগতে কয় যে ক’ৰ’ণা যিহেতু বিজ্ঞানী সকলৰ লগতে সাধাৰণ মানুহৰ বাবেও এক নতুন ৰোগ সেয়ে ইয়াৰ গতি-প্ৰকৃতি ভালদৰে বুজি উঠিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব।

আইচিএমআৰৰ মুৰব্বী গৰাকীয়ে লগতে কয় যে কোভিচত আক্ৰান্ত প্ৰতি ৬ জন লোকৰ ভিতৰৰে এজনৰ অৱস্থা গুৰুতৰ হোৱা দেখা যায়।

তেনে বক্তিযে জটিল অৱস্থালৈ গতি কৰে বুলিও ভাৰ্গৱে মন্তব্য কৰে।

Tags: COVID-19

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd