• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ সকলো ব্ৰেণ্ডেড নিমখ আৰু চেনিতে আছে মাইক্ৰ’প্লাষ্টিক! গৱেষণাত উদ্বেগজনক তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 7:52 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কৰা এক অধ্যয়নত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। ‘টক্সিকছ লিংক’ৰ এক অধ্যয়নত দাবী কৰা হৈছে যে ভাৰতৰ সকলো ব্ৰেণ্ডেড নিমখ আৰু চেনিতে মাইক্ৰ’প্লাষ্টিক আছে। সেই সকলো নিমখ বা চেনি, সৰু বা ডাঙৰ দানাযুক্ত হওক, পেকেজড বা আনপেকেজড হওক, অনলাইন বা স্থানীয় বজাৰৰ পৰা কিনা হওক, ভাৰতৰ সকলো ব্ৰেণ্ডেড চেনি আৰু নিমখতে মাইক্ৰ’প্লাষ্টিক থকা বুলি দাবী কৰা হৈছে।

উল্লেখ্য যে স্বাস্থ্য আৰু পৰিৱেশ দুয়োটা দিশতে মাইক্ৰ’প্লাষ্টিক অতি উদ্বেগজনক বিষয়। ইয়াৰ কুপ্ৰভাৱৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা চলিছে। গৱেষণাৰ মতে মাইক্ৰ’প্লাষ্টিকৰ পৰা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যাৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সমস্যাসমূহৰ ভিতৰত আছে প্ৰজনন সমস্যা, শৰীৰৰ বিকাশৰ সমস্যা আৰু কৰ্কট ৰোগৰ দৰে ৰোগ।

ব্ৰেণ্ডেড নিমখ আৰু চেনিত মাইক্ৰ’প্লাষ্টিক আছে নে নাই সেইটো জানিবলৈ স্থানীয় বজাৰৰ পৰা আৰু অনলাইনৰ জৰিয়তে ৫টা চেনিৰ নমুনা আৰু স্থানীয়ভাৱে বিক্ৰী কৰা নিমখ, টেবিল ছল্ট, ৰক ছল্ট আৰু সাগৰীয় নিমখৰ নমুনা ক্ৰয় কৰা হৈছিল।

Apply Now

লগতে পঢ়কঃ ২২ আগষ্টত হিণ্ডেনবাৰ্গ-আদানীক লৈ সমগ্ৰ দেশতে প্ৰতিবাদ কৰিব কংগ্ৰেছে; ছেবিৰ মুৰব্বীৰ পদত্যাগৰো দাবী

দুটা নিমখৰ নমুনা আৰু এটা চেনিৰ নমুনাৰ বাহিৰে বাকী সকলোবোৰ ব্ৰেণ্ডেড আছিল। নিমখত থকা মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণ আৰু আকাৰ প্ৰতিটো নমুনাতে একে আছিল। ইয়াৰ শুকান ওজনত প্ৰতি কিলোগ্ৰামত ৬.৭১ৰ পৰা ৮৯.১৫ টুকুৰা আৰু ০.১ মিলিমিটাৰৰ পৰা ৫ মিলিমিটাৰলৈকে আছিল।

আয়’ডিনযুক্ত নিমখৰ নমুনাত মাইক্ৰ’প্লাষ্টিকৰ সৰ্বাধিক ঘনত্ব (প্ৰতি কিলোগ্ৰাম ওজনত ৮৯.১৫ টুকুৰা) পোৱা গৈছিল। আটাইতকৈ কম অৰ্গেনিক ৰক ছল্টৰ নমুনাত পোৱা গৈছিল (যিটো প্ৰতিটো শুকান ওজনত ৬.৭০ টুকুৰা আছিল)।

চেনিৰ কথা ক’বলৈ গ’লে অৰ্গেনিক চেনিৰ নমুনাত মাইক্ৰ’প্লাষ্টিকৰ ঘনত্ব আটাইতকৈ কম (প্ৰতি কিলোগ্ৰামত ১১.৮৫ টুকুৰা)। আৰু নন অৰ্গেনিক চেনিৰ নমুনাত মাইক্ৰ’প্লাষ্টিকৰ সৰ্বাধিক ঘনত্ব (প্ৰতি কিলোগ্ৰামত ৬৮.২৫ টুকুৰা) দেখা গৈছিল।

লগতে পঢ়কঃ প্ৰতিদিনে ভাতসাজৰ সৈতে কেঁচা জলকীয়া খায়! নিয়মিত জলকীয়া খোৱাটো সঁচাকৈয়ে উপকাৰীনে?

ইতিমধ্যে অধ্যয়নত দেখা গৈছে যে মাইক্ৰ’প্লাষ্টিক সংস্পৰ্শলৈ আহিলে হাওঁফাওঁৰ প্ৰদাহ আৰু কেন্সাৰ, হাৰ্ট এটেক, এণ্ড’ক্ৰাইন বিঘিনি, ওজন বৃদ্ধি, ইনচুলিন প্ৰতিৰোধ ক্ষমতা আৰু বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি পায়। প্লাষ্টিকৰ সৰু সৰু কণাবোৰ পানী, বায়ু, খাদ্যৰ সৈতে মানুহৰ শৰীৰত প্ৰৱেশ কৰে। শেহতীয়া কেইবাটাও গৱেষণাই দাবী কৰিছে যে ই হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ দৰে অংগত পোৱা গৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd