• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণতন্ত্ৰ দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটত হ’ব শুৱালকুছিৰ বয়ন শিল্পী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2019 7:16 pm

1 min read

27-01-18-Delhi-Assam-tableau-at-Rajpath-768x480

বিগত বৰ্ষৰ গণতন্ত্ৰ দিৱসত প্ৰদৰ্শন কৰা অসমৰ প্ৰতীকপটত মাজুলীৰ মুখাশিল্প

412
VIEWS
Share on FacebookShare on Twitter

অহা ২৬ জানুৱাৰিত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ দিনা পূবৰ মানচেষ্টাৰ খ্যাত শুৱালকুছি অসমৰ চৰকাৰী প্ৰতীকপটত প্ৰদৰ্শিত হ’ব। আজি ২১ জানুৱাৰি সোমবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এই প্ৰতীকপটত অনুমোদন জনাইছে।

এই প্ৰতীকপটৰ মাজেৰে শুৱালকুছিৰ স্থানীয় শিপিনীসকলৰ কঠোৰ পৰিশ্ৰমৰ লগতে তেওঁলোকৰ ঐকান্তিক নিষ্ঠাক তুলি ধৰা হ’ব।

ইয়াৰ পূৰ্বে বিষয়বস্তুক ভুলকৈ উপস্থাপন কৰাৰ বাবে অসমৰ প্ৰতীকপটত ৰদ কৰিছিল। উল্লেখ্য যে প্ৰথমতে মহাত্মা গান্ধীয়ে ১৯৪৬ চনত শুৱালকুছি ভ্ৰমণলৈ অহাৰ বিষয়বস্তুক লৈ এই বছৰৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰদৰ্শন কৰাৰ বাবে এটা প্ৰতীকপট প্ৰস্তুত কৰা হৈছিল।

জানিব পৰা মতে ‘পীচ উইডিন’ বিষয়বস্তুৰ অন্তৰ্গত এই প্ৰতীকপট নিৰ্বাচিত কৰা হৈছিল। উল্লেখ্য যে, নিৰ্বাচনত সময়ত বিশেষজ্ঞ সমিতি এখনে এই প্ৰতীকপটসমূহ কঠোৰভাৱে পৰীক্ষা কৰে।

নিৰ্বাচনৰ পাছত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰয়োজনত সংশোধনৰ উপদেশ দিবও পাৰে। উল্লেখ্য যে এইবাৰৰ ৩২খন ৰাজ্যৰ ভিতৰত কেবল ১৪খন ৰাজ্যৰ প্ৰতীকপটে স্থান পাইছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd