• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ আহে চৰকাৰ যায়, অভয়াপুৰীৰ শৌলমাৰীত নুগুচে বাঁহৰ দলং

ইয়াছিন আলী by ইয়াছিন আলী
May 31, 2019 3:38 pm
Successive govts fail to give a permanent bridge over Pokamari river in Assam's Abhayapuri

পোকামাৰী নৈৰ ওপৰৰ বাঁহৰ দলংখন। ছবি-- ইয়াছিন আলী।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ আহে আৰু যায়, কিন্তু বঙাইগাওঁ জিলাৰ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শৌলমাৰীত নুগুচে এখন বাঁহৰ দলং।

কংগ্ৰেছৰ দীৰ্ঘদিনৰ শাসন বৰ্তমানো চলি আছে সমষ্টিটোত, এতিয়া বিধায়ক কংগ্ৰেছৰে আব্দুল হাই নাগৰি। পূৰ্বে অঞ্চলবাসীয়ে চাৰিবাৰকৈ জিকাইছিল অগপৰ ভূপেন ৰয়ক।

Apply Now

কিন্তু পোকামাৰী নৈৰ ওপৰৰ দলংখন একে আছে। বিধায়কে সদায় চাই আছো চাই আছো বুলি কৈয়ে আছে।

এইখন সাঁকোৰ ওপৰেদিয়ে প্ৰায় ১০/১২খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে। প্ৰায় ২৫-৩০খন গাঁৱৰ ৰাইজৰ যাতায়াত চলে এই দলঙৰ ওপৰেদি।

দলংখনৰ এটা পাৰত এখন সাপ্তাহিক বজাৰো আছে। এই দলঙৰ ওপৰেদিয়ে ব্যৱসায়ীয়ে মাল-বস্তু পাৰ কৰিব লগা হয়।

বাৰিষা নদীৰ পানীয়ে দলংখন উটাই নিলে বন্ধ হৈ পৰে দুয়োপাৰৰ ৰাইজৰ জীৱন। বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল।

আৰু খবৰ মতে প্ৰতি বছৰে সাঁকোখন  নিৰ্মাণ কৰা হয় ৰাইজৰ গাঁঠিৰ ধনেৰে। প্ৰতিবছৰ নিৰ্মাণত ব্যয় হয় একৰ পৰা ডেৰ লাখ টকা।

স্থানীয় যুৱক ইয়াছিন আলীয়ে জনোৱা মতে কামৰ কথাটো নাহেই, ভোটৰ পিছত জনপ্ৰতিনিধিৰ মুখ দৰ্শন কৰিবলৈ আকৌ পাঁচ বছৰ বাট চাব লাগে ৰাইজে।

ৰাজ্য আৰু কেন্দ্ৰ দুয়ো চৰকাৰৰে নেতৃত্বত থকা বিজেপিৰ দিনত নিৰ্মাণ হ’বনে এখন স্থায়ী দলং?

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm
এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd