• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপৰ্যুপৰি বিস্ফোৰণ, হাতত বন্দুক লৈ উল্লাস; চুডানত ৰাষ্ট্ৰপতি ভৱন দখল কৰিলে সেনাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2025 3:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাৰ্টুমত চুডানৰ ৰাষ্ট্ৰপতি ভৱনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিছে সেনাই। এই কথা দেশৰ চৰকাৰী সংবাদ মাধ্যম আৰু সামৰিক সূত্ৰই প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে একাধিক ভিডিঅ’ আৰু ছবি। য’ত দেখা গৈছে ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ ঘটিছে। বহু গাড়ী জ্বলি ছাই হৈ পৰিছে।

ৰাজপ্ৰসাদৰ এটা অংশ ভাঙি গৈছে। ইফালে সেনাবাহিনীয়ে হাতত বন্দুক লৈ উল্লাস কৰিবলৈ ধৰিছে। যদিও এই মুহূৰ্তত এই ভিডিঅ’সমূহৰ সত্যতা পৰীক্ষা কৰা হোৱা নাই।

Apply Now

দুবছৰ ধৰি চুডানত গৃহযুদ্ধই জুৰুলা কৰি আছে। ৰাষ্ট্ৰপতি ভৱনটো পূৰ্বে প্ৰতিদ্বন্দ্বী অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ পি এফ)ৰ দখলত আছিল। সেইটো শুকুৰবাৰে দেশৰ সেনাই পুনৰ দখল কৰে।

২০২৩ চনৰ পৰাই চুডানৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত সমস্যা অব্যাহত আছে। প্ৰাক্তন ৰাষ্ট্ৰপতি ওমৰ আল বছিৰক ২০১৯ চনত পদচ্যুত কৰা হৈছিল। তেতিয়াৰ পৰাই দুয়োটা শক্তিয়ে একেলগে চুডানক শাসন কৰি আহিছে। কিন্তু লাহে লাহে সেই দেশত গৃহযুদ্ধই ঠাই ল’বলৈ ধৰে। চুডানত সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষত প্ৰায় ১০ হাজাৰ লোকৰ মৃত্যু হৈছে। বহু লোক গৃহহীন হৈছে।

যোৱা বছৰৰ এপ্ৰিল মাহত দেশৰ অৰ্ধসামৰিক বাহিনীয়ে খাৰ্টুমৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰিছিল। অৱশ্যে এইবাৰ প্ৰতিদ্বন্দ্বী সেনাই সেইটো কাঢ়ি নিবলৈ সক্ষম হয়। একাংশ আন্তঃৰাষ্ট্ৰীয় বিশ্লেষকৰ মতে গৃহযুদ্ধত আক্ৰান্ত চুডানৰ ৰাষ্ট্ৰপতি ভৱন পুনৰ দখল কৰাটো তাৎপৰ্যপূৰ্ণ। অৰ্থাৎ এইবাৰ মধ্য চুডানত এই শক্তিয়ে শাসন কৰিব।

২০২১ চনৰ পৰা চুডানৰ সামৰিক বাহিনীৰ মুৰব্বী জেনেৰেল আব্দেল-ফাত্তাহ বুৰহানক চুডানৰ শাসক হিচাপে গণ্য কৰা হয়। তেওঁৰ ডেপুটি হৈছে আৰ এছ এফৰ মুৰব্বী জেনেৰেল মহম্মদ হামদান ডাগালো। কিন্তু ক্ৰমান্বয়ে দুয়োৰে সম্পৰ্কৰ অৱনতি ঘটিছিল। জেনেৰেল আব্দেল-ফাত্তাহ বুৰহানে অৰ্ধসামৰিক বাহিনী আৰ এছ এফক মূল সামৰিক বাহিনীত একত্ৰিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। তেতিয়াই আৰম্ভ হয় গৃহযুদ্ধ। ২০২৩ চনৰ পৰা পৰিস্থিতি জটিল হৈ পৰে।

🟢Footage showing the first Army soldiers entering the Palace.

This UAE sponsored militia captured the Palace in the first hours after launching its assault to take over the capital; but the plot to takeover Sudan failed and now these terrorists face being routed in to oblivion pic.twitter.com/H9KBg5rD8u

— Mohanad (@MohanadElbalal) March 21, 2025

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰইও প্ৰকাশ কৰিছে যে যদিও ৰাষ্ট্ৰপতি ভৱন হাতৰ পৰা ওলাই গ’লেও খাৰ্টুমৰ কিছু অংশ, সংশ্লিষ্ট ওমদুৰমান প্ৰদেশ আৰু দক্ষিণ চুডানৰ কিছুমান অঞ্চল অৰ্ধসামৰিক বাহিনীৰ হাততে থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm
সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd