• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰধানমন্ত্ৰী মোদীক হাজাৰ কোটি টকা দিয়া বুলি ক’লে গ্ৰেপ্তাৰ কৰা হ’ব নেকি মোদীকো!

চিবিআইৰ চমনৰ পিছতে প্ৰশ্নবান অৰবিন্দ কেজৰিৱালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2023 5:23 pm
Kejriwal
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুৰা নীতিৰ কেলেংকাৰী গোচৰত চিবিআইৰ চমন সন্দৰ্ভত আক্ৰমণাত্মক হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। কেন্দ্ৰীয় তদন্ত সংস্থাসমূহে আদালতত মিছা তথ্য উল্লেখ কৰাৰ অভিযোগ তুলি কেজৰিৱালে লগতে গ্ৰেপ্তাৰ হোৱা লোকসকলক নিৰ্যাতন চলোৱা হৈছে আৰু কোনো ধৰণৰ ভুলৰ প্ৰমাণো নাই বুলি দাবী কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কেজৰিৱালে লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাদ্বয় চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ দৰে সংস্থাৰ দ্বাৰা ৰাজনৈতিক বিৰোধীক লক্ষ্য কৰি লোৱাৰ নিন্দনীয় প্ৰচেষ্টা চলাইছে বুলিও অভিযোগ কৰে।

Apply Now

কেজৰিৱালৰ মতে, কেন্দ্ৰীয় সংস্থাসমূহে ১৪টা ফোন ধ্বংস কৰা বুলি মিছাকৈ দাবী কৰিছে। শপতনামাত আদালতক মিছা কথা কোৱাৰ লগতে ভুৱা স্বীকাৰোক্তি উলিয়াবলৈ সন্দেহযুক্ত লোকক অত্যাচাৰ কৰিছে বুলি তেওঁ দাবী কৰে।

তদুপৰি “কাইলৈ আপোনাৰ ছোৱালীজনীয়ে কেনেকৈ কলেজলৈ যাব চাব” আদিৰ দৰে ভাবুকি ব্যৱহাৰ কৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে।

তেওঁ লগতে কয় যে, কেইবামাহো ধৰি তদন্ত চলি থকাৰ পাছতো তথা মনিষ চিছ’দিয়াকে ধৰি কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতো সংস্থাসমূহে তথাকথিত সুৰা কেলেংকাৰীৰ পৰা জমা হোৱা বুলি দাবী কৰা অনৈতিক ধনৰ এটকাও বিচাৰি পোৱা নাই৷

চিবিআই আৰু ইডিক জবাবদিহি কৰি কেজৰিৱালে লগতে কয়, “যেতিয়া তেওঁলোকে অভিযানত একো প্ৰমাণ নাপালে, তেতিয়া তেওঁলোকে টকাখিনি আমাৰ গোৱা নিৰ্বাচনী প্ৰচাৰত বিনিয়োগ কৰা হৈছে বুলি উল্লেখ কৰিলে। ইয়াৰ প্ৰমাণ ক’ত? আমাৰ সকলো লেনদেন চেকেৰে কৰা হৈছিল। আপোনালোকে দাবী কৰা ১০০ কোটি টকাৰ এটা টকা মোক দেখুৱাওক।”

এই প্ৰসঙ্গতে কেজৰিৱালে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহক লক্ষ্য কৰি কয়, “যদি মই প্ৰমাণ অবিহনে কওঁ যে মই ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ১০০০ কোটি টকা দিলোঁ, তেন্তে আপুনি তেওঁক গ্ৰেপ্তাৰ কৰিবনে?”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd