• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় মন্ত্ৰী সুকান্ত মজুমদাৰৰ কনভয়ত আক্ৰমণ: নবদ্বীপত সংঘৰ্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 9:35 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী তথা পশ্চিমবংগ বিজেপিৰ প্ৰাক্তন সভাপতি সুকান্ত মজুমদাৰৰ কনভয়ত বুধবাৰে নিশা নদিয়া জিলাৰ নবদ্বীপত আক্ৰমণৰ খবৰ পোৱা গৈছে।

জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনত বিজেপিৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে গৈছিল। উভতি অহাৰ সময়ত তেওঁৰ কনভয় বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ (TMC) সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত আবদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে। কনভয়ৰ এখন বাহনত শাসকীয় টিএমচিৰ সৈতে জড়িত লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Apply Now

মজুমদাৰে অৱশ্যে এই আক্ৰমণক উদ্দেশ্যপ্ৰণোদিত নাছিল বুলি উল্লেখ কৰি কয় যে টিএমচিৰ কিছুমান নেতা আৰু কৰ্মীয়ে “মদ্যপান কৰি” এই আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত কেইবাজনো বিজেপি কৰ্মীক প্ৰহাৰ কৰাত দুই-এজন কৰ্মী গুৰুতৰভাৱে আহত হোৱাৰো অভিযোগ উত্থাপন কৰিছে। পিছত কনভয়টোৱে নিৰাপদে অঞ্চলটোৰ পৰা ওলাই যাবলৈ সক্ষম হয়।

টিএমচিৰ প্ৰত্যুত্তৰ

অৱশ্যে, টিএমচিয়ে এই অভিযোগ অস্বীকাৰ কৰে। নবদ্বীপ পৌৰসভাৰ অধ্যক্ষ বিমান সাহাই কয় যে বিজেপি সমৰ্থকে টিএমচিৰ ট্ৰেড ইউনিয়ন শাখাৰ স্থানীয় INTTUC কাৰ্যালয়ত আক্ৰমণ কৰাৰ পৰাই এই সংঘাট আৰম্ভ হৈছিল। তেওঁ দাবী কৰে যে যেতিয়া টিএমচি সমৰ্থকসকলে পুনৰ আক্ৰমণ কৰে, তেতিয়া দুয়োটা গোটৰ মাজত কাজিয়াৰ সৃষ্টি হয়।

পূৰ্বৰ ঘটনাৱলী

জানিব পৰা মতে, বিগত কেইমাহমানত পশ্চিমবংগৰ কেইবাগৰাকীও বিজেপি নেতাই একেধৰণৰ ঘটনাৰ সন্মুখীন হৈ আহিছে। এই মাহত জলপাইগুৰিত বিজেপি সাংসদ খগেন মুৰ্মুৰ বাহনত আক্ৰমণ কৰা হৈছিল। অক্টোবৰ মাহত দাৰ্জিলিঙৰ সাংসদ ৰাজু বিষ্টাৰ কনভয়তো সুখীয়া পোখাৰী এলেকাত আক্ৰমণৰ ঘটনা ঘটিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত হ’ল ট্ৰাইবুনেল সংস্কাৰ বিধেয়ক, কি কি সলনি হ’ব নতুন আইনত?

August 10, 2026 6:02 pm
কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

কস্তুৰী গগৈৰ সোণৰ পদকৰ হেট্ৰিক, ৫০ মিটাৰ ব্ৰেষ্টষ্ট্ৰোকতো স্বৰ্ণ জয়

August 10, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

আপুনিও ইউপিআই ব্যৱহাৰ কৰে নেকি? সাধাৰণ লেনদেনৰ মাচুলক লৈ চৰকাৰে কি ক’লে?

August 10, 2026 6:27 pm
ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

ৰাম মন্দিৰৰ প্ৰথম মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ বাবে ৫৩০০ আবেদন! বাছনি পৰ্বৰ অন্তত ১৮ জনলৈ সাক্ষাৎকাৰৰ আমন্ত্ৰণ

August 10, 2026 6:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd