• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৮ৰ পৰা ২৫ জুলাইলৈ অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 10, 2019 9:03 pm

1 min read

assam-assembly

প্ৰতিনিধিত্বমূলক ফটো

865
VIEWS
Share on FacebookShare on Twitter

অহা ১৮ জুলাইৰ পৰা ২৫ জুলাইলৈ চতুৰ্দশ অসম বিধানসভাৰ ২০১৯ বৰ্ষৰ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ’ব। অসম চৰকাৰৰ জনসংযোগ বিভাগে আজি এক প্ৰেছ বিজ্ঞপ্তিত যোগে এই কথা প্ৰকাশ কৰে।

বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি অধিৱেশনৰ দিনসমূহৰ কাৰ্যক্ৰমনিকা তলত দিয়া ধৰণৰ :

১৮ জুলাইত অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা কৰাৰ লগতে অধ্যাদেশ, প্ৰতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল কৰিব।

১৯ জুলাইত প্ৰশ্নৰ লগতে বে-চৰকাৰী সদস্যৰ বিধেয়ক, সংকল্প প্ৰস্তাৱ ইত্যাদি।

২২ জুলাইত প্ৰশ্নৰ লগতে ২০১৯-২০২০ চনৰ অসম মঞ্জুৰীৰ বাবে পৰিপূৰক দাবীসমূহৰ আৰু পৰিপূৰক বিনিয়োজনৰ ভোটদান, ২০১৯ চনৰ অসম বিনিয়োজন (নং III) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ।

২৩ জুলাইত প্ৰশ্ন শিতান, উপাধ্যক্ষ নিৰ্বাচন, বিধেয়ক, সংকল্প প্ৰস্তাৱ ইত্যাদি।

২৪ জুলাইত প্ৰশ্ন শিতান আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ।

২৫ জুলাইৰ অন্তীম কাৰ্যসূচীত অধ্যক্ষৰ পদক্ষেপ তথা অনিদ্দিৰ্ষ্ট কালৰ বাবে স্থগিত।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd