• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ! আজিৰে পৰা কেইবাখনো গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ চলাচল উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 12:31 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰেলৱেত, ২০২৫ বৰ্ষৰ আগন্তুক গ্ৰীষ্মৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰু চাৰিযোৰ (০৪) গ্ৰীষ্মকালীন বিশেষ ৰে’ল পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই ৰে’লসমূহ ৮এপ্ৰিলৰ পৰা ৩মেলৈ এছএমভিটি বেঙ্গালুৰু-নাৰেংগী ষ্টেচনৰ মাজত, ১২ এপ্ৰিলৰ পৰা ৩০জুনলৈ ডিব্ৰুগড়-কলকাতা ষ্টেচনৰ মাজত, ৯ এপ্ৰিলৰ পৰা ৩ মেলৈ এছএছএছ হুব্বালি-কাটিহাৰ ষ্টেচনৰ মাজত আৰু ১০ এপ্ৰিলৰ পৰা ২৭জুন, ২০২৫লৈ শিলচৰ-কলকাতা ষ্টেচনৰ মাজত চলাচল কৰিব।

Apply Now

বিশেষ ৰে’ল নং০৬৫৫৯ (এছএমভিটি বেংগালুৰু – নাৰেংগী) গ্ৰীষ্মকালীন বিশেষ ৮এপ্ৰিল, ২০২৫ (মঙলবাৰে) তাৰিখে ২৩:৪০বজাত এছএমভিটি বেঙ্গালুৰুৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ৫:০০ বজাত নাৰেংগীত গৈ উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং০৬৫৬০ (নাৰেংগী – এছএমভিটি বেংগালুৰু) গ্ৰীষ্মকালীন বিশেষ ১২ এপ্ৰিল, ২০২৫ (শনিবাৰ) তাৰিখে ০৫:৩০ বজাত নাৰেংগীৰ পৰা যাত্ৰা কৰি সোমবাৰে ০৯:৪৫বজাত এছএমভিটি বেংগালুৰুতগৈ উপস্থিত হ’ব। দুয়োখন ৰে’ল ০৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

বিশেষ ৰে’ল  নং ০৫৯৩২ (ডিব্ৰুগড়- কলকাতা) গ্ৰীষ্মকালীন বিশেষ ১২এপ্ৰিল, ২০২৫ (শনিবাৰে) ১৭:২০ বজাত ডিব্ৰুগড়ৰ পৰা প্ৰস্থান কৰি সোমবাৰে ০০:৩০ বজাত কলকাতাত গৈ উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং ০৫৯৩১ (কলকাতা- ডিব্ৰুগড়) গ্ৰীষ্মকালীন বিশেষ ১৪ এপ্ৰিল, ২০২৫ (সোমবাৰে) ০২:৩০ বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি মঙলবাৰে ০৬:৩০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব। উভয় ৰে’ল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

বিশেষ ৰে’ল নং ০৭৩২৫ (এছএছএছ হুব্বালি-কাটিহাৰ) গ্ৰীষ্মকালীন বিশেষ ৯ এপ্ৰিল, ২০২৫ (বুধবাৰে) ১৫:১৫ বজাত হুব্বালিৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ১৩:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং ০৭৩২৬ (কাটিহাৰ-এছএছএছ হুব্বালি) গ্ৰীষ্মকালীন বিশেষ ১২ এপ্ৰিল, ২০২৫ (শনিবাৰে) ১৪:৩০ বজাত কাটিহাৰৰ পৰা প্ৰস্থান কৰি সোমবাৰে ১০:৫০ বজাত হুব্বালিত গৈ উপস্থিত হ’ব। উভয় ৰে’ল ০৪ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

বিশেষ ৰে’ল নং ০৫৬৩৯ (শিলচৰ-কলকাতা) গ্ৰীষ্মকালীন বিশেষ ১০ এপ্ৰিল, ২০২৫ (বৃহস্পতিবাৰে) ০৫:০০বজাত শিলচৰৰ পৰা প্ৰস্থান কৰি শুক্ৰবাৰে ১২:০৫ বজাত কলকাতাত গৈ উপস্থিত হ’ব।

একেদৰে, ৰে’ল নং ০৫৬৪০ (কলকাতা- শিলচৰ) গ্ৰীষ্মকালীন বিশেষ ১১ এপ্ৰিল, ২০২৫ (শুক্ৰবাৰে) ১৩:১৫ বজাত কলকাতাৰ পৰা প্ৰস্থান কৰি শনিবাৰে ২৩:৫০ বজাত শিলচৰত গৈ উপস্থিত হ’ব। দুয়োখন ৰে’ল ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।

এই বিশেষ ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচী বিশদ বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd