• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিপকো আন্দোলনৰ পথ প্ৰদৰ্শক পৰিৱেশকৰ্মী সুন্দৰলাল বহুগুণাৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 4:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসিদ্ধ পৰিৱেশকৰ্মী সুন্দৰলাল বহুগুণাৰ আজি মৃত্যু হয়।

সত্তৰৰ দশক বহুগুণাই উত্তৰাখণ্ডত অৰণ্য ধ্বংসৰ বিৰুদ্ধে জনপ্ৰিয় চিপকো আন্দোলন গঢ়ি তুলিছিল।

Apply Now

৯৪ বৰ্ষীয় পৰিৱেশকৰ্মীজনক ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাগ্ৰহণ কৰি থকাৰ অৱস্থাত আজি ১২.০৫ বজাত মৃত্যু হোৱা বুলি ঘোষণা কৰে ঋষিকেশস্থিত এইমছে।

পৰিৱেশকৰ্মীজন ক’ভিড পজিটিভ হোৱাৰ পাছত ৮ মে’ত এইমছত ভৰ্তি কৰোৱা হৈছিল।

তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকপ্ৰকাশ কৰিছে।

Passing away of Shri Sunderlal Bahuguna Ji is a monumental loss for our nation. He manifested our centuries old ethos of living in harmony with nature. His simplicity and spirit of compassion will never be forgotten. My thoughts are with his family and many admirers. Om Shanti.

— Narendra Modi (@narendramodi) May 21, 2021

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকৃতিৰ স’তে আমাৰ শ শ বছৰ পুৰণি সুসম্পৰ্কক পৰিৱেশকৰ্মীজনৰ কামে সুন্দৰভাৱে প্ৰতিফলিত কৰিছিল।

উল্লেখযোগ্য যে গান্ধীবাদী আদৰ্শেৰে উদ্ধুদ্ধ হৈ বহগুণাই চিপকো আন্দোলনৰ দ্বাৰা ভাৰতৰ অৰণ্য সুৰক্ষা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছিল।

সত্তৰৰ দশক উত্তৰাখণ্ডৰ অৰণ্যসমূহৰ চৰকাৰী ধ্বংসযজ্ঞ চলি থকাৰ ফলত উত্তৰাখণ্ডৰ চামলি গাঁৱৰ বাসিন্দাসকলে সমস্যাৰ সমুখিন হৈছিল।

১৯৭৪ চনৰ জানুৱাৰী মাহত সেই সময়ৰ উত্তৰাখণ্ড চৰকাৰে অলকানন্দা নদীৰ পাৰৰ ২,৫০০ জোপা গছৰ নীলাম ঘোষণা কৰে

তাৰপাছতে চামলি গাঁৱৰ বাসিন্দাসকলে ব্যাপক প্ৰতিবাদ সাব্যষ্ট কৰে।

যেতিয়া চৰকাৰী কৰ্তৃপক্ষই গছবিলাক কাটিবলৈ যায়, গাঁওখনৰ মহিলাসকলে গছবোৰ সাৱটি অৱস্থান প্ৰতিবাদ কৰে।

বহুতো ভয়-ভাবুকিৰ অন্তত গৌৰা দেৱী, সুদেষ্ণা দেৱী, বাচনী দেৱীৰ নেতৃত্বত গাঁওবাসীয়ে বিজয়লাভ কৰে।

গাঁওবাসীক এই প্ৰতিবাদৰ পথ প্ৰদৰ্শন কৰিছিল গান্ধীবাদী পৰিৱেশকৰ্মী বহুগুণায় আৰু আন্দোলনটো ‘চিপকো আন্দোলন’ হিচাপে জনপ্ৰিয় হৈ পৰে।

‘চিপকো’ মানে সাৱটি ধৰা।

১৯৮০ চনত বহুগুণাই কৰা অনুৰোধমৰ্মে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সেউজীয়া বৃক্ষ কটাৰ ক্ষেত্ৰত ১৫ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰে।

ইয়াৰ পাছৰ পৰ্যায়ত, উত্তৰাখণ্ডৰ ভাগিৰথী নদীৰ ওপৰত সজা তেহৰী বান্ধৰ প্ৰতিবাদত তেওঁ সত্যাগ্ৰহ আৰু অনশন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd