• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অজিত পাৱাৰৰ চকীত বহিব পত্নী সুনেত্ৰা; মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2026 8:21 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিমান দুৰ্ঘটনাত মৃত্যু হোৱা অজিত পাৱাৰৰ চকীখনত বহিব পত্নী সুনেত্ৰা পাৱাৰ। শনিবাৰেই তেওঁ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা এই কথা জানিব পৰা গৈছে।

কেৱল সেয়াই নহয়, নেশ্যনেল কংগ্ৰেছ পাৰ্টি (এন চি পি) দুভাগ হোৱাৰ পিছত এন চি পিৰ সভাপতি আছিল অজিত পাৱাৰ। তেওঁৰ ঠাইত সভাপতিৰ দায়িত্ব ল’বলৈ আগবাঢ়িছে প্ৰফুল্ল পেটেলে।

Apply Now

সূত্ৰ অনুসৰি, অজিতৰ অনুপস্থিতিত অভিভাৱকবিহীন এন চি পিৰ দায়িত্ব ল’বলৈ শনিবাৰে বিয়লি ২ বজাত এখন বৈঠক আহ্বান কৰা হৈছে। সভাৰ নেতৃত্ব দিব অজিত পাৱাৰৰ পত্নী সুনেত্ৰাই। ইয়াৰ পিছত সন্ধিয়া ৫ বজাৰ ভিতৰত মুম্বাইৰ ৰাজভৱনলৈ যাব। তাতেই অনুষ্ঠিত হ’ব সুনেত্ৰাৰ শপত গ্ৰহণ অনুষ্ঠান।

বুধবাৰে পুৱা বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যু হয়। মৃত্যুৰ কেইঘণ্টামানৰ ভিতৰতে এন চি পিয়ে দলৰ ভৱিষ্যতৰ কথা ভাবিবলৈ আৰম্ভ কৰে। সূত্ৰ অনুসৰি এন চি পিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেল আৰু অন্যান্য দলৰ নেতাই সুনেত্ৰাৰ সৈতে পৃথকে পৃথকে বাৰ্তালাপ কৰে। সেই বৈঠকৰ পিছতে এই তথ্য পোহৰলৈ আহিছে।

এনচিপিয়ে বিচাৰিছে যে পাৱাৰ পৰিয়ালৰ দুৰ্গ বাৰামটিৰ পৰাই সুনেত্ৰাক প্ৰাৰ্থী কৰক। এই বাৰামটিৰ পৰা অজিত পাৱাৰ সাতবাৰ বিধায়ক হৈছিল। জীৱনৰ শেষ মুহূৰ্ততো বাৰামটি তেওঁৰ লগত জড়িত আছিল। সুনেত্ৰাক উপ-মুখ্যমন্ত্ৰী কৰাৰ পিছত এন চি পিৰ লক্ষ্য এই আসনৰ পৰাই সুনেত্ৰাক বিধায়ক কৰা। এই সন্দৰ্ভত আগন্তুক দিনত প্ৰফুল্ল পেটেলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱিছকো সাক্ষাৎ কৰিব। কিন্তু সম্প্ৰতি এন চি পিয়ে শাৰদ পাৱাৰৰ সৈতে ‘পুনৰ মিলন’ৰ কথা চিন্তা কৰা নাই।

উল্লেখ্য যে যিকোনো আঞ্চলিক দলৰ বাবে প্ৰতিষ্ঠাপক বা তেওঁৰ স্পষ্ট উত্তৰাধিকাৰী থকাটো গুৰুত্বপূৰ্ণ। অন্যথা আঞ্চলিক দল এটাৰ বৰ্তি থকাটো কঠিন হৈ পৰে। অতীতত বহু ৰাজনৈতিক দলৰ বিলুপ্তি বা অৱনতিয়ে এই তত্ত্ব প্ৰতিষ্ঠা কৰে।

অজিতৰ মৃত্যুৰ পিছৰে পৰা এন চি পিৰ অস্তিত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ মৃত্যুৰ আগদিনালৈকে অজিত ৰাজনীতিৰ মাজত আছিল। খুড়াক শাৰদ পাৱাৰৰ ছাঁৰ পৰা ওলাই আহি তেওঁ নিজকে স্বতন্ত্ৰ ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠা কৰিছিল মাত্ৰ। কিন্তু উত্তৰাধিকাৰী বাছি ল’বলৈ সময় নাপালে। এনে পৰিস্থিতিত অজিতৰ পত্নীৰ ওপৰত নিৰ্ভৰ কৰিয়েই এন চি পিয়ে সদ্যহতে অস্তিত্ব ৰক্ষাৰ যুঁজ দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

ইছৰোৰ বৃহৎ সফলতা! ভাৰতৰ মহাকাশ গৱেষণাৰ দিশত সংযোজন হ’ল আন এক ঐতিহাসিক কৃতিত্ব

September 4, 2026 1:12 pm
পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

September 4, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd