• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আন্তঃৰাষ্ট্ৰীয় ফুটবলত ১৫ বছৰ সম্পূৰ্ণ সুনীল চেত্ৰীৰ; অৱসৰ সম্পৰ্কে দিলে ডাঙৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 12, 2020 9:35 am

1 min read

আন্তঃৰাষ্ট্ৰীয় ফুটবলত ১৫ বছৰ সম্পূৰ্ণ সুনীল চেত্ৰীৰ; অৱসৰ সম্পৰ্কে দিলে ডাঙৰ মন্তব্য
458
VIEWS
Share on FacebookShare on Twitter

দেশৰ হৈ সৰ্বাধিক মেচ আৰু গ’ল কৰাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়া ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে আজি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫ বছৰ সম্পূৰ্ণ কৰিলে।

৩৫ বৰ্ষীয় চেত্ৰী বৰ্তমান নিজৰ খেলক লৈ সুখী আৰু অহা তিনি-চাৰি বছৰলৈ তেওঁ খেলি যাব বিচাৰে বুলি ইংগিত প্ৰদান কৰে।

এই পৰ্যন্ত তেওঁ অৱসৰৰ চিন্তা নাই কৰা বুলিও কয়।

চেত্ৰীয়ে ভাৰতীয় ফুটবল দলৰ ফেইচবুক পেজৰ লাইভত কয়, ‍‘কেতিয়ালৈকে খেলিম মই এতিয়াই ক’ব নোৱাৰিম কিন্তু খেলৰ সম্পূৰ্ণ মজা লৈ আছো’।

উল্লেখ্য যে ভাৰতীয় ফুটবলৰ অন্যতম মহান খেলুৱৈৰ শাৰীত অন্তৰ্ভুক্ত হৈছে চেত্ৰী। ২০০৫ চনত পাকিস্তানৰ বিৰুদ্ধে এখন বন্ধুত্বমূলক মেচত অভিষেক ঘটিছিল চেত্ৰীৰ।

সুনীল চেত্ৰীয়ে বৰ্তমানলৈ ১১৫ খন মেচ খেলি ৭২ টা গ’ল প্ৰদান কৰিছে। সক্ৰিয় ফুটবলাৰৰ ভিতৰত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পিছতে আন্তঃৰাষ্ট্ৰীয় গ’লদাতাৰ তালিকাৰ দ্বিতীয় স্থানত আছে চেত্ৰী। তেওঁ মেছীতকৈও আগত আছে।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ১৫ বছৰ সম্পূৰ্ণ কৰা চেত্ৰীয়ে কয়, ‍‘দেশৰ বাবে ১৫ বছৰ খেলা গৌৰৱৰ বিষয়। যদি তিনি-চাৰি বছৰ আৰু খেলো তেন্তে ২০ বছৰেই হৈ যাব। ২০ বছৰলৈকে খেলিব পাৰিম বুলি কোনে ভাবিছিল। এয়া সপোনৰ দৰে’।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd