• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বপ্ন ভংগ ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰৰ, IPL জয়ৰ আশা নিৰ্বাপিত কোহলী বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2021 6:55 am
IPL2021
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অধিনায়ক হিচাপে IPL ট্ৰফীত চুমুক দিয়াৰ শেষ আশা নিৰ্বাপিত হৈছে তাৰকা খেলুৱৈ বিৰাট কোহলীৰ। কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্জ বাংগালোৰক এলিমিনেটৰ মেচত IPL ৰ পৰা বাহিৰ হোৱাৰ পথ দেখুৱালে কলকাতা নাইট ৰাইডাৰ্ছে।

শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত এলিমিনেটৰ মেচত কলকাতাই বাংগালোৰক ৪ উইকেটত পৰাস্ত কৰি কোৱালিফায়াৰত প্ৰৱেশ কৰিছে।

খেলখনত টছত জয়ী হৈ বাংগালোৰে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম উইকেটত অপেনাৰদ্বয় পাৰিকাল আৰু কোহলীয়ে ৪৯ ৰানৰ যুটি বন্ধাৰ পিছত ব্যক্তিগত ২১ ৰানত বিদায় লয় পাৰিকালে।

ইয়াৰ পাছত দলটোৱে দীঘলীয়া যুটি বান্ধিবলৈ ব্যৰ্থ হয়। অধিনায়ক কোহলীয়ে সৰ্বাধিক ৩৯ ৰান কৰি আউট হয়।

Apply Now

মেক্সৱেল, শ্বাহবাজ আহমেদ আৰু ডে ভিলিয়াৰ্চৰ বেটৰ পৰা আহে ক্ৰমে ১৫, ১৩ আৰু ১১ ৰান।

সঘন উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত দলটোৱে ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত মাত্ৰ ১৩৮ ৰান সংগ্ৰহ কৰে।

কলকাতাৰ হৈ চমকপ্ৰদ স্পেলেৰে সুনীল নাৰাইণে ২১ ৰান খৰচ কৰি ৪ টা মূল্যৱান উইকেট দখল কৰে। দুটা উইকেট যায় লকী ফাৰ্গুচনৰ হাতলৈ।

আনহাতে ১৩৯ ৰানৰ সহজ লক্ষ্য অতিক্ৰম কৰিবলৈ কলকাতায়ো কষ্ট কৰিবলগীয়া হয়। অপেনাৰদ্বয় গিল আৰু আয়াৰে ৪১ ৰান সংগ্ৰহ কৰি দলক এক সফল আৰম্ভণি দিয়ে। দুয়োৱে ক্ৰমে ২৯ আৰু ২৬ ৰানৰ অৱদান আগবঢ়ায়। ব্যৰ্থ হয় ত্ৰিপাঠী (৬) আৰু কাৰ্তিক (১০)।

নিতীশ ৰানাই ধৈৰ্যশীল বেটিঙেৰে ২৩ ৰান সংগ্ৰহ কৰি দলক এক স্থিৰ অৱস্থালৈ নিয়ে। পিছলৈ সুনীল নাৰাইণে খৰতকীয়াকৈ ১৫ বলত ২৬ ৰান সংগ্ৰহ কৰি দলক বিজয়ৰ প্ৰায় কাষ চপাই নিয়ে।

অন্তিম অভাৰত কলকাতাক জয়ৰ বাবে ৭ ৰানৰ প্ৰয়োজন আছিল। খ্ৰিষ্টিয়ানৰ প্ৰথমটো বলতে ছাকিব আল হাচানে ৪ কোবোৱাৰ পিছত ৩ টা বলত ৩ ৰান সংগ্ৰহ কৰি কলকাতাই জয় সাব্যস্ত কৰে।

খেলখনত অলৰাউণ্ড প্ৰদৰ্শনেৰে দলৰ জয়ত মুখ্য ভূমিকা লোৱা সুনীল নাৰাইণ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

আজিৰ খেলখনত দুটা উইকেট দখল কৰি হৰ্ষল পেটেলে IPL ৰ ইতিহাসত এটা চিজনত সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে ডুৱাইন ব্ৰেভোক স্পৰ্শ কৰে। টুৰ্নামেণ্টত পেটেলে ৩২ টা উইকেট দখল কৰি ইতিমধ্যে পাৰ্পল কেপ লাভ কৰাটো প্ৰায় নিশ্চিত কৰিছে।

উল্লেখ্য যে অধিনায়ক হিচাপে এইখনেই অন্তিম IPL টুৰ্নামেণ্ট বুলি ইতিমধ্যে ঘোষণা কৰা বিৰাট কোহলীয়ে এই খেলখনত পৰাজয়ৰ লগে লগেই অধিনায়ক হিচাপে IPL ট্ৰফী বিহীন হৈ ৰয়।

বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছে এতিয়া দ্বিতীয়খন কোৱালিফায়াৰত বুধবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব।

ইতিমধ্যে প্ৰথম কোৱালিফায়াৰত দিল্লীক পৰাস্ত কৰি প্ৰথমেই ফাইনেলত প্ৰৱেশ কৰিছে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd