• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শেষ মুহূৰ্তত ভ্ৰমণ বাতিল হ’ল সুনীতা উইলিয়ামছৰ : সপোন হৈ ৰ’ল তৃতীয়বাৰৰ মহাকাশ ভ্ৰমণ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 11, 2024 2:18 pm
16.2k
VIEWS
Share on FacebookShare on Twitter

তৃতীয় মহাকাশ ভ্ৰমণ বাতিল হৈছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ । নাছাৰ তথ্য অনুসৰি কাৰিকৰী বিজুতিৰ বাবে এই অভিযান বাতিল কৰা হৈছে যদিও ১০ মে’ত পুনৰ এই যাত্ৰাৰ বাবে চেষ্টা চলোৱা হ’ব।

নতুন মহাকাশযান বয়িং ষ্টাৰলাইনাৰেৰে ৭ মে’ৰ পুৱা ৮:০৪ বজাত মহাকাশলৈ উৰা মৰাৰ কথা আছিল সুনীতা উইলিয়ামছ। এই অভিযানত তেওঁৰ সহযোগী আছিল বুচ উইলম’ৰ।

উল্লেখ্য যে ফ্ল’ৰিডাৰ কেপ কানাভেৰেল মহাকাশ বাহিনী ষ্টেচনৰ পৰা এই যান উৎক্ষেপণ কৰিবলৈ লোৱা হৈছিল। কিন্তু শেষ মুহূৰ্তৰ কাৰিকৰী ত্ৰুটিৰ বাবে এই অভিযান বন্ধ হৈ পৰে।

নাছাৰ এক বিবৃতি অনুসৰি বিমান যাত্ৰাৰ মাত্ৰ ৯০ মিনিট পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনা। মহাকাশযানখনৰ অক্সিজেন ৰিলিফ ভালভত এটা সমস্যাৰ সৃষ্টি হয়।

উল্লেখ্য যে বিজুতিৰ সময়ত মহাকাশযানখন উৰণৰ দ্বিতীয় পৰ্যায়ত আছিল। অৱশ্যে সুনীতা আৰু বেৰীক কাৰিকৰী দলে মহাকাশযানৰ পৰা নিৰাপদে উলিয়াই আনে।

উল্লেখ্য যে ৫৯ বছৰীয়া সুনীতাই ইয়াৰ পূৰ্বে দুবাৰকৈ মহাকাশলৈ গৈছে – ২০০৬ চনত আৰু আনটো ২০১২ চনত।

নাছাৰ তথ্য অনুসৰি সুনীতাই এই পৰ্যন্ত মহাকাশত মুঠ ৩২২ দিন অতিবাহিত কৰিছে।

সুনীতা উইলিয়ামছৰ পিতৃ দীপক পাণ্ডে আছিল এজন নিউৰ’এনাটমিষ্ট। তেওএ গুজৰাটৰ মেহছানা জিলাৰ ঝুলাছানত জন্মগ্ৰহণ কৰিছিল। কিন্তু পিছলৈ তেওঁ আমেৰিকালৈ গুচি যায় আৰু বনি পাণ্ডেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

Recent News

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd