• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ধৰ্মীয় সংগঠনৰ তীব্ৰ বিৰোধিতাৰ বাবে বাতিল হ’ল ছানী লিয়নৰ নৱবৰ্ষৰ বিশেষ অনুষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2025 4:55 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ ধৰ্মীয় নগৰী মথুৰাৰ এখন হোটেলত বলীউডৰ অভিনেত্ৰী ছানী লিয়নৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া নৱবৰ্ষৰ এক বিশেষ কাৰ্যসূচী বাতিল কৰা হৈছে। দৰ্শক আৰু বিভিন্ন ধৰ্মীয় সংগঠনৰ তীব্ৰ আপত্তিৰ পাছতে আয়োজকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়। প্ৰতিবাদকাৰীসকলৰ মতে, মথুৰাৰ দৰে এক পবিত্ৰ ধৰ্মীয় স্থানত এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰাটো ব্ৰজ ভূমিৰ আধ্যাত্মিক মৰ্যাদাৰ পৰিপন্থী।

২০২৬ চনৰ নৱবৰ্ষক আদৰাৰ উদ্দেশ্যে এখন বাৰত এই অনুষ্ঠানটোৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু অনুষ্ঠানটোৰ কথা ঘোষণা কৰাৰ লগে লগে বিভিন্ন ধৰ্মীয় নেতা আৰু স্থানীয় লোকসকলে ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰে। তেওঁলোকে যুক্তি দিয়ে যে মথুৰাৰ দৰে এখন ধৰ্মীয় আৰু সাংস্কৃতিক চহৰৰ পবিত্ৰতা কোনো কাৰণতে নষ্ট হ’বলৈ দিব নোৱাৰি। বিশেষকৈ ব্ৰজ ভূমিৰ পৰম্পৰা ৰক্ষাৰ বাবে এনে সাংস্কৃতিক অনুষ্ঠান অনুচিত বুলি তেওঁলোকে দাবী জনায়।

Apply Now

বিৰোধিতাৰ মাজতে শ্ৰী কৃষ্ণ জন্মভূমি সংঘৰ্ষ ন্যাসে সোমবাৰে জিলা দণ্ডাধীশলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি অনুষ্ঠানটো বাতিল কৰাৰ বাবে অনুৰোধ জনায়। জনসাধাৰণৰ আৱেগ আৰু ধৰ্মীয় সংগঠনসমূহৰ ক্ৰমাগত হেঁচাৰ প্ৰতি লক্ষ্য ৰাখি শেষত আয়োজকসকলে কাৰ্যসূচীটো বাতিল কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ জৰিয়তে স্থানীয় লোকৰ আৱেগক সন্মান জনোৱা হৈছে বুলিও জানিব পৰা গৈছে।

এই সন্দৰ্ভত শ্ৰীকৃষ্ণ জন্মভূমি গোচৰৰ মূল আবেদনকাৰী তথা ধৰ্মীয় নেতা দীনেশ ফালহাৰী ধৰ্মচাৰ্যই মত প্ৰকাশ কৰি কয় যে মথুৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ভূমি আৰু তপস্যাৰ স্থান। এই পবিত্ৰ স্থানতে ভগৱানে মহাৰাস কৰিছিল, সেয়েহে ইয়াত এনেধৰণৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান শোভা নাপায়। ধৰ্মীয় অনুভূতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অনুষ্ঠানটো বাতিল কৰাৰ বাবে তেওঁ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, হিন্দু গোটৰ নেতা গিৰাজ সিঙেও এই সিদ্ধান্তক আদৰণি জনাই উত্তৰ প্ৰদেশ চৰকাৰক ধন্যবাদ জনাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে ব্ৰজ ভূমিৰ জনসাধাৰণৰ আৱেগক গুৰুত্ব দি চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া প্ৰশংসনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd